• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নন্দিতা দেৱী আৰু নগেন শর্মালৈ অসম প্রকাশন পৰিষদৰ সাহিত্য বঁটা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 28, 2021
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
নন্দিতা দেৱী আৰু নগেন শর্মালৈ অসম প্রকাশন পৰিষদৰ সাহিত্য বঁটা
Share on FacebookShare on Twitter

২০২১ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা প্ৰদান কৰা হ’ব লেখিকা নন্দিতা দেৱীক। ডাঃ নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ নামৰ গ্ৰন্থৰ বাবে এইবৰ্ষৰ সন্মানীয় সাহিত্য বঁটা প্ৰদান কৰা হ’ব। এই কথা সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।

উল্লেখ্য যে ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানতে প্ৰদান কৰা হ’ব এই বঁটা। এই বঁটাৰ সৈতে ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব লেখক আৰু প্ৰকাশক উভয়কে। গ্ৰন্থখন ‘জ্যোতি প্ৰকাশন’ৰ হৈ প্ৰকাশক নগেন শৰ্মাই প্ৰকাশ কৰিছে।

এই বঁটাৰ বাবে গ্ৰন্থ নিৰ্বাচনৰ বাবে দুতৰপীয়া সমিতি গঠন কৰা হৈছিল। বিশিষ্ট লেখক সুমন্ত চলিহাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা পাচজনীয়া বিচাৰকৰ দলত আছিল কৰবী ডেকা হাজৰিকা, দীপ্তি ফুকন পাটগিৰি, লীনা শৰ্মা আৰু উৎপল দত্ত।২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা গ্ৰন্থমেলাই পাঠকৰ বিপুল সঁহাৰি লাভ কৰিব বুলি আশা কৰিছে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। বিগত বছৰত ক’ভিড পৰিস্থিতিৰ মাজতো গ্রন্থমেলাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি গ্ৰন্থ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছিল। ১ কোটি ৯২ লাখ গ্ৰন্থ বিক্ৰী হৈছিল ২০২০-২১ বৰ্ষত। এইবাৰৰ গ্ৰন্থমেলাত মুঠ ১১৫ খন বিপণী থাকিব। ইয়াৰে দিল্লীৰ ১০খন, কলিকতাৰ ৫খন আৰু ঢাকাৰ ৫খন বিপণী থাকিব। সম্পূৰ্ণ ক’ভিড বিধি অনুসৰি অনুষ্ঠিত কৰা হ’ব গ্রন্থমেলা। ১৬খন গ্ৰন্থ সংকলন পোৱা যাব প্ৰকাশন পৰিষদৰ এই গ্ৰন্থমেলাত।

Previous Post

দেশত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি

Next Post

ক্ৰিকেটাৰ সৌৰভ গাংগুলী আক্ৰান্ত হৈছে ক’ৰোনাত

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
ক্ৰিকেটাৰ সৌৰভ গাংগুলী আক্ৰান্ত হৈছে ক’ৰোনাত

ক্ৰিকেটাৰ সৌৰভ গাংগুলী আক্ৰান্ত হৈছে ক'ৰোনাত

অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হীৰেন নাথক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ অতিৰিক্ত দায়িত্ব

অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হীৰেন নাথক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ অতিৰিক্ত দায়িত্ব

এদিনতে ৯৫ সুৰামত্ত লোকৰ অনুজ্ঞাপত্ৰ বাতিল মহানগৰ আৰক্ষীৰ

এদিনতে ৯৫ সুৰামত্ত লোকৰ অনুজ্ঞাপত্ৰ বাতিল মহানগৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8