আজি পুনৰ অসমে লাভ কৰে কভিশ্বিল্ড ক’ৰোনা প্ৰতিষেধক।
চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰি উলিওৱা আৰু ক’ৰোনা প্ৰতিষেধক আজি পুনৰ অসমে লাভ কৰিছে।
এই কথা টুইটযোগে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Pleased to share that we have received 1 lakh more doses of #Covishield from @SerumInstIndia for people above 45 years. Our total vaccines availability stands at 3,25,470.
Requesting everyone to go for testing.
👎 TO 🤝➡️ Covid Appropriate Behaviour pic.twitter.com/DzvCdMhbm1
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 6, 2021
লগতে জনাই যে বৰ্তমান ৪৫ বছৰৰ অধিক বয়সৰ লোকক এই প্ৰতিষেধক প্ৰদান কৰা হ’ব।
ৰাজ্য খনত এতিয়া মুঠ ৩,২৫,৪৭০ প্ৰতিষেধক উপলব্ধ আছে।
ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে ক’ৰোনা ভাইৰাছৰ বাবে এই টীকাকৰণ অভিযান ৭ মে’ৰ পৰা দ্ৰুতগতিত আৰম্ভ কৰা হ’ব।