• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আগন্তুক তিনিদিন ধৰি অসমত হ’ব মুষলধাৰ বৰষুণ!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 14, 2022
in সংবাদ, অসম, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
আজিৰে পৰা ৰাজ্যত পুনৰ হ’ব প্ৰবল ধুমুহা-বৰষুণ

Transparent umbrella under heavy rain against water drops splash background. Rainy weather concept.

Share on FacebookShare on Twitter
অসমত যোৱা কেইবাটাও দিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে। ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম-মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞানে সদৰি কৰা তথ্য অনুসৰি ১৭ জুনলৈকে উত্তৰ-পূৱত হ’ব ধাৰাসাৰ বৰষুণ।
উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু মেঘালয়ৰ বাবে বিশেষ সতৰ্কতা জাৰি কৰিছে। অসম আৰু মেঘালয়ৰ কেইবাখনো ঠাইত ইতিমধ্যে ধাৰাসাৰ বৰষুণ হৈ আছে। যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ। ঠায়ে ঠায়ে হৈছে বিস্তৰ ক্ষতিসাধন।
সোমবাৰে ঠাই ভেদে ২৪ ঘণ্টাত ১০০ মিলিমিটাৰ পৰা ৩০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছিল। মঙলবাৰ, বুধবাৰ,  বৃহস্পতিবাৰৰ বাবে অসম আৰু মেঘালয়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশৰ বাবে ১৭ জুনলৈকে অৰেঞ্জ এলাৰ্টৰ সতৰ্কতা জাৰি কৰিছে।
Previous Post

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ মহানগৰবাসীলৈ জৰুৰী বাৰ্তা

Next Post

PF আৰু ইংক্ৰিমেণ্টৰ হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকা ভিত্তিত কৰ্মচাৰীৰ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
PF আৰু ইংক্ৰিমেণ্টৰ হ’ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকা ভিত্তিত কৰ্মচাৰীৰ!

PF আৰু ইংক্ৰিমেণ্টৰ হ'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকা ভিত্তিত কৰ্মচাৰীৰ!

গুৱাহাটীৰ আজিৰ দিনটোৰ ইটো-সিটোঃ কৃত্ৰিম বান, ভূমিস্খলন আৰু..

গুৱাহাটীৰ আজিৰ দিনটোৰ ইটো-সিটোঃ কৃত্ৰিম বান, ভূমিস্খলন আৰু..

বুধবাৰে হ’ব ধাৰাসাৰ বৰষুণ! গুৱাহাটী মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

বুধবাৰে হ’ব ধাৰাসাৰ বৰষুণ! গুৱাহাটী মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8