• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ইউনিক’ডত পুনৰ অৱহেলিত হ’বলগীয়া হ’ল অসমীয়া ভাষা!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 13, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
ইউনিক’ডত পুনৰ অৱহেলিত হ’বলগীয়া হ’ল অসমীয়া ভাষা!
Share on FacebookShare on Twitter

অসমীয়া ভাষা পুনৰ উপেক্ষিত হ’বলগীয়া হ’ল ইউনিক’ডত। বিগত প্ৰায় ৭ মাহত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে অনুষ্ঠিত কৰিব নোৱাৰিলে বৈঠক। এমাহ পূৰ্বে অসম সাহিত্য সভাৰ প্ৰতিনিধিয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰিছিল যদিও বৰ্তমানলৈকে কোনো সহাৰি লাভ নকৰিলে।

১৯৯২ চনলৈ স্বতন্ত্ৰ লিপি ৰূপে স্বীকৃতিপ্ৰাপ্ত অসমীয়া ভাষাক হঠাৎ কেন্দ্ৰই নাকচ কৰা পাছতেই সৃষ্টি হৈছিল বহু প্ৰতিক্ৰিয়াৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানৰ চেষ্টা অব্যাহত থকা অৱস্থাতেই ইউনিক’ডত এলাগী হৈ ৰোৱাৰ বাবে ৰাজ্যখনৰ সকলো প্ৰান্ততে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। একাংশ চৰকাৰী বিষয়াৰ হেমাহিৰ বাবেই ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা নহ’ল অসমীয়া ভাষাক স্বতন্ত্ৰ লিপি ৰূপে স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱ।

Previous Post

কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত DTO সামেশ্বৰ ব্ৰহ্মক ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ

Next Post

‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা

'লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰীঃ সাংস্কৃতিক সাংবাদিক সন্থা

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ!

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ!

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰা ধৃতিৰাজৰ যাত্ৰা পুনেলৈ

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰা ধৃতিৰাজৰ যাত্ৰা পুনেলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8