• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : অনুমতি অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব অসম লোকসেৱা আয়োগে

নিউজ ডেস্ক by নিউজ ডেস্ক
December 23, 2021
in সংবাদ, অসম
0
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : অনুমতি অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব অসম লোকসেৱা আয়োগে
Share on FacebookShare on Twitter

মাতৃভাষাহীন পৰীক্ষা পাতি ৰাজ্যত প্ৰশাসনিক সেৱা বিষয়া বাচনি কৰাৰ চৰকাৰৰ সিদ্ধান্তক নাকী লগালে উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নির্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ৰাজ্য চৰকাৰৰ জানুৱাৰী মাহত অসম লোকসেৱা আয়োগে পাতিবলগীয়া মেইনছত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখন বাতিল কৰাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল উচ্চ ন্যায়ালয়ত। এই সন্দৰ্ভত অধিবক্তা সিদ্ধাৰ্থ শর্মাই দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন।
উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বুধবাৰে শুনানি গ্ৰহণ কৰি আদালতৰ অনুমতি নোহোৱাকৈ পৰীক্ষাৰ তাৰিখ ঘোষণা নকৰিবলৈ নির্দেশ দিয়ে। উল্লেখ্য যে, আৱেদনকাৰীৰ পক্ষত ন্যায়ালয়ত এই যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা কমল নয়ন চৌধুৰী আৰু ইউ কে নায়াৰে।

Previous Post

লুধীয়ানাৰ আদালতত বিস্ফোৰণঃ নিহত ২, আহত ৪

Next Post

বিধান সভাৰ চতুৰ্থ দিনটোত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিধান সভাৰ চতুৰ্থ দিনটোত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন

বিধান সভাৰ চতুৰ্থ দিনটোত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন

নিয়োগ মেলাই নিৰাশ কৰিলে শ শ নিৱনুৱাক

নিয়োগ মেলাই নিৰাশ কৰিলে শ শ নিৱনুৱাক

মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত তৃণমূল কংগ্ৰেছ

মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত তৃণমূল কংগ্ৰেছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8