• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় বৰ্ষপূৰ্তি

নিউজ ডেস্ক by নিউজ ডেস্ক
November 28, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় বৰ্ষপূৰ্তি
Share on FacebookShare on Twitter

সাহিত্য চৰ্চাৰ জৰিয়তে সাহিত্যৰ সাধনা, সাহিত্যৰ বিকাশ আৰু সামাজিক দায়বদ্ধতাৰে নতুন লেখক -লেখিকাক উদগনি জনোৱাৰ উদ্দেশ্যে গঠন হোৱা সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় আৰু সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ অসমৰ প্ৰথম বৰ্ষপূৰ্তি শণিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সুকলমে অনুষ্ঠিত হৈ যায়। সাহিত্য সংস্কৃতিৰ নৱ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি জুৰি দেৱীৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা আজিৰ সভাৰ সভাপতিত্ব কৰে সাহিত্য-সংস্কৃতিৰ নৱ মঞ্চ অসমৰ সভাপতিৰ জীনা বৰুৱাই। ইপিনে সাহিত্য সংস্কৃতিৰ নৱ মঞ্চ অসমৰ মুখ্য প্ৰশাসক সুমিত্ৰা দাসৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা আড়ম্বন পূৰ্ণ সভাৰ লগত সংগতি ৰাখি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।

উন্মোচিত হোৱা গ্ৰন্থ কেইখন হৈছে সুমিত্ৰা দাসৰ “কঁহুৱা” জিনা বৰুৱা বৰা “প্ৰেমেই জীৱন সৌৰভ”
পবিত্ৰী ভৰালী মণি “এতিয়াও সাৰে আছো মই” শান্তা মণি ৰাজমেধি “শ্বাশ্বত নিশ্বাস”আনহাতে গ্ৰন্থ কেইখন উন্মোচন কৰে ক্ৰমে গ্ৰন্থ সমালোচক বিপুল শৰ্মা, বিশিষ্ট কবি তথা গৱেষক ছাত্ৰ অসীম কুমাৰ হাজৰিকা,জ্যেষ্ঠ চিকিৎসক তথা অভিনেতা ডাঃ জয় বৰা আৰু কলঙৰ পাৰত সাহিত্য-সংস্কৃতিৰ সমন্বয় মঞ্চ অসমৰ সভাপতি ধনেশ্বৰ মালাকাৰে। প্ৰায় শতাধিক কবি সাহিত্যক আৰু সাহিত্য অনুৰাগী উপস্থিত থকা আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সন্মিলিত সাহিত্য মঞ্চ অসমৰ মুখ্য প্ৰশাসক দিলীপ তাঁতী। ইপিনে বহুতো ন-পুৰণি কবিৰ কবিতা পাঠে আজিৰ অনুষ্ঠানটি অধিক জীপাল হৈ পৰে বুলি জনাইছে উদ্যোগতা সকলে।

Previous Post

বহুকেইটা CES ২০২৩ উদ্ভাৱনী বঁটাৰে সন্মানিত হবলৈ সক্ষম হ’ল LG

Next Post

‘চিভিক চেন্স’ আৰু সচেতনতা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
‘চিভিক চেন্স’ আৰু সচেতনতা

‘চিভিক চেন্স’ আৰু সচেতনতা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অঘটনঃ ৰাষ্ট্ৰপতিৰ কনভয়ে বোকাখাতত প্ৰাণ ল’লে এজনৰ

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8