• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অম্বুবাচীৰ সময়ত পথ-সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ আহ্বান সহকাৰী পৰিবহণ আয়ুক্তৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 22, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
অম্বুবাচীৰ সময়ত পথ-সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ আহ্বান সহকাৰী পৰিবহণ আয়ুক্তৰ
Share on FacebookShare on Twitter

 

শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অনুষ্ঠিত হোৱা অম্বুবাচী মেলাৰ সময়চোৱাত পৰিবহণ বিভাগে সকলো যান-বাহন ব্যৱহাৰকাৰীকে পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনাইছে। বিশেষকৈ ২২জুনৰ পৰা ২৬জুনলৈ অনুষ্ঠিত হ’বলগীয়া পবিত্ৰ অম্বুবাচীৰ সময়চোৱাত শিশু, মহিলা, জেষ্ঠ নাগৰিককে ধৰি বিভিন্ন স্থানৰ পৰা আহি নীলাচলত সমবেত হোৱা ভক্ত-তীৰ্থযাত্ৰী কোনোৱে যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সকলোকে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰাখিবলৈ আহ্বান জনাইছে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷

এই সময়চোৱাত সকলোকে পবিত্ৰতা আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই পথ-সুৰক্ষাৰ বাবে মানি চলিবলগীয়া বিভিন্ন নীতি-নিৰ্দেশনাসমূহ সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে ৰাইজৰ জ্ঞাতাৰ্থে উল্লেখ কৰে ৷ তেওঁ কয় যে অম্বুবাচীৰ সময়চোৱাত যানবাহন চালনাৰ সময়ত কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি অথবা অত্যাধিক বেগত গাড়ী চলাই ভয়ংকৰ বিপদ মাতি নানে। চাৰিচকীয়া বাহনত ছীটবেল্ট আৰু দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে সঠিক আইএছআই চিহ্নযুক্ত হেলমেট পৰিধান কৰাৰ লগতে কোনোৱে যাতে ম’বাইলত কথা পাতি গাড়ী চলাই নিজৰ লগতে আনকো বিপদত নেপেলায়। এইক্ষেত্ৰত “পথ-সুৰক্ষাই জীৱন ৰক্ষা” বুলি উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে অম্বুবাচীৰ সময়চোৱাত সকলোৰে সুৰক্ষা আৰু সহযোগিতা কামনা কৰে ৷

Previous Post

সুখবৰঃ এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত পুনৰ ব্ৰঞ্জ জয় অসমৰ চয়নিকাৰ

Next Post

অম্বুবাচীৰ ভক্তৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিপনি মুকলি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অম্বুবাচীৰ ভক্তৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিপনি মুকলি

অম্বুবাচীৰ ভক্তৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিপনি মুকলি

সোণাৰিৰ ডফলা গাঁওত বিশুদ্ধ খোৱা পানীৰ অভাৱ

সোণাৰিৰ ডফলা গাঁওত বিশুদ্ধ খোৱা পানীৰ অভাৱ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8