• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চোৰৰ নতুন কৌশল! ATM বিস্ফোৰণ কৰি লুটি লৈ গ’ল টকা

Manoranjan Majumder by Manoranjan Majumder
January 30, 2021
in সংবাদ
1 min read
0
ATM Thief
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ ছতনা জিলাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ আঁতৰত বিৰসিংপুৰত অচিনাক্ত দুৰ্বৃত্তই এক্সিছ বেংকৰ এটিএম বিস্ফোৰণ কৰি নগদ টকাভৰ্তি কেছ বক্স লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

এই সমগ্ৰ ঘটনাটো CCTV কেমেৰাত বন্দী হয়।

দৰাচলতে এই ঘটনাটো নিশা ৩ বজাত সংঘটিত হৈ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষক ধৰ্মবীৰ সিং আৰক্ষীৰ এটা দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰি দিছে।

আশে-পাশে থকা CCTVৰ ফুটেজ পৰীক্ষণ কৰে।

চোৰকেইটাই কিমান টকা লুটি লৈ গ’ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নায়।

দৰাচলতে, এটিএম বুথটোৰ সন্মুখত থকা এখন দোকানৰ সন্মুখত CCTV কেমেৰা লগোৱা আছিল আৰু এই CCTV কেমেৰাত ঘটনাটোৰ সমগ্ৰ দৃশ্য বন্দী হয়।

Photo: Google

Tags: ATM ThiefMadhya Pradeshএটিএম চোৰমধ্যপ্ৰদেশ
Previous Post

দিল্লী বিস্ফোৰণঃ দায়িত্ব স্বীকাৰ কৰে জঈছ উল হিন্দে

Next Post

BREAKING : হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত আহত মহিলা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
himanta biswa sharma

BREAKING : হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত আহত মহিলা

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ টোপ; নিদিলে মাটি, নিদিলে সংস্থাপন; দিলে মাথো…

নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ টোপ; নিদিলে মাটি, নিদিলে সংস্থাপন; দিলে মাথো...

তেলৰ ভাণ্ডাৰত লাগিল জুই; এই ঘটনা ছয়গাঁৱৰ

তেলৰ ভাণ্ডাৰত লাগিল জুই; এই ঘটনা ছয়গাঁৱৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8