• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গড় আয়ুস বৃদ্ধি! ৪ কোটিৰো অধিক হ’ব অসমৰ জনসংখ্যা

নিউজ ডেস্ক by নিউজ ডেস্ক
July 12, 2022
in সংবাদ, অসম
1 min read
0
গড় আয়ুস বৃদ্ধি! ৪ কোটিৰো অধিক হ’ব অসমৰ জনসংখ্যা
Share on FacebookShare on Twitter

বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত কৰা অসমত জনবিস্ফোৰণে আগন্তুক সময়ত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। আশংকা কৰা মতে, ২০৩৬ চনৰ ভিতৰত অসমৰ জনসংখ্যা হ’বগৈ প্ৰায় ৪ কোটি। কিয়নো অসমত প্ৰতি বছৰে বৃদ্ধি পাই আছে ১ শতাংশ হাৰত জনসংখ্যা। ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগে আশংকা কৰা মতে, ২০১১ চনৰ লোকপিয়ল অনুসৰি ২০৩৬ চনত অসমৰ জনসংখ্যা ৩ কোটি ১৯ লাখ হোৱাৰ অনুমান কৰা হৈছিল। কিন্তু ৰাষ্ট্ৰীয় জনসংখ্যা আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনে স্পষ্ট কৰিছে পূৰ্বে কৰা অনুমানতকৈ ৮১ লাখ অধিক জনসংখ্যা বৃদ্ধি পাব।

আনহাতে আয়োগৰ প্ৰতিবেদন অনুসৰি ২০৩৬ চনলৈকে অসমৰ জনবসতি প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮ গৰাকীৰ পৰা ৫০২ জনলৈ বৃদ্ধি কৰিব। আনহাতে জনসংখ্যা বৃদ্ধিৰ হাৰে অসমৰ লিংগ অনুপাত বৰ্তমানৰ ৯৫৮ৰ পৰা ৯৭৬ লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০১৬ ত পুৰুষৰ জনসংখ্যা ১,৯৯,৩৫,০০০ হোৱাৰ বিপৰীতে মহিলাৰ জনসংখ্যা ১,৯৪,৬৪,০০০ হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমৰ মানুহৰ জীৱন কালো বৃদ্ধি পাইছে। পুৰুষৰ ক্ষেত্ৰত গড়ে ৬ বছৰ আৰু মহিলাৰ ৬.২ বছৰ বৃদ্ধি পাইছে। সেই অনুসৰি অসমত ৬০ বছৰ উৰ্ধৰ লোকৰ সংখ্যা বৃদ্ধি পাব। তথ্য অনুসৰি ২০৩৬ চনলৈ অসমৰ মুঠ জনসংখ্যাৰ ১৩ শতাংশ লোকেই হ’ব ৬০ বছৰৰ উৰ্ধৰ।

Previous Post

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি

Next Post

টেলিস্কোপেৰে লোৱা বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমখন সম্পূৰ্ণ ৰঙৰ ছবি উন্মোচন

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
টেলিস্কোপেৰে লোৱা বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমখন সম্পূৰ্ণ ৰঙৰ ছবি উন্মোচন

টেলিস্কোপেৰে লোৱা বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমখন সম্পূৰ্ণ ৰঙৰ ছবি উন্মোচন

শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ

২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে পালে শিক্ষকৰ নিযুক্তি পত্ৰ!

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ বদল, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ বদল, কেইবাখনো জিলাৰ উপায়ুক্তক বদলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8