• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জিগনেশ মেৱানীৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে

নিউজ ডেস্ক by নিউজ ডেস্ক
April 22, 2022
in সংবাদ, News, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
0
জিগনেশ মেৱানীৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে
Share on FacebookShare on Twitter

গুজৰাটৰ বিধায়ক তিনি দিনৰ আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী ৷ জিগনেশৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৷ জিগনেশ মেৱানীক চৈধ্য দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে, কিন্তু আদালতে তিনিদিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে জিগনেশ মেৱানীক ৷

উল্লেখ্য যে, অসম আৰক্ষীয়ে এক বিতৰ্কিত টুইটক কেন্দ্ৰ কৰি গুজৰাট বিধানসভাৰ সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত বৃহস্পতিবাৰে বিধায়কগৰাকীক কঠোৰ নিৰাপত্তাৰ মাজেৰে কোকৰাঝাৰ সদৰ থানালৈ লৈ আহে । কোকৰাঝাৰলৈ লৈ অহাৰ পিছত আৰক্ষীয়ে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় বিধায়ক জিগনেশ মেৱানীক ।

ইপিনে আৰক্ষীয়ে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিধায়কগৰাকীক হাজিৰ কৰোৱাত বিধায়কগৰাকীৰ জামিন মঞ্জুৰ কৰিবলৈ তেওঁৰ অধিবক্তাই আদালতত আৱেদন দাখিল কৰে যদিও আদালতে জামিন আৱেদন খাৰিজ কৰে ।

পিছত আৰক্ষীয়ে বিধায়কগৰাকীক ১৪ দিনৰ বাবে আৰক্ষীৰ জিন্মাত বিচাৰে যদিও আদালতে তিনিদিনৰ বাবেহে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে বিধায়ক জিগনেশ মেৱানীক ৷ উল্লেখ্য যে,আজি আদালতে বন্ধ থকা হেতুকে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহত হাজিৰ কৰায় বিধায়কগৰাকীক।

ইপিনে বিধায়কগৰাকীৰ অধিবক্তাই প্ৰকাশ কৰা মতে কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশ নিকুঞ্জ বড়োৰ আদালতে বিধায়কগৰাকীৰ জামিন নামাঞ্জুৰ কৰাৰ পিছত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদনৰ বাবে আপিল কৰিব। আইনী যুঁজ চলাবলৈ নতুন দিল্লীৰ পৰা এটা অধিবক্তাৰ দল আহিব বুলিও প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ।

Previous Post

লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ বাসগৃহত চোৰৰ চাফাই অভিযান

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

News

Viksit Bharat Sankalp Yatra continues its journey promoting inclusive development

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
Viksit Bharat Sankalp Yatra was held at Sissiborgaon Block of Dhemaji
News

Viksit Bharat Sankalp Yatra was held at Sissiborgaon Block of Dhemaji

December 2, 2023
The Viksit Bharat Sankalp Yatra held at Dhemaji District
News

The Viksit Bharat Sankalp Yatra held at Dhemaji District

December 2, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

কোকৰাঝাৰত জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত  কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

কোকৰাঝাৰত জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

নগাঁও : ধৰ্ষণকাৰীক পুনৰ এনকাউণ্টাৰ

নগাঁৱত আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8