• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিহুক লৈ আৰোপ কৰা বাধা–নিষেধ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 11, 2022
in সংবাদ, অসম, ৰাজনীতি
0
বিহুক লৈ আৰোপ কৰা বাধা–নিষেধ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ
Share on FacebookShare on Twitter

ভোগালী বিহুৰ বাধা নিষেধক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অখিল গগৈ। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতাহে, অসমৰ অভিভাৱক নহয়। ৩১ ডিচেম্বৰত যদি নিশা বাধা–নিষেধ প্ৰত্যাহাৰ কৰিব পাৰে তেন্তে চৰকাৰে ভোগালীতো কৰক।’’
দুটাকৈ পুৰণি গোচৰৰ শুনানিৰ বাবে আজি সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হোৱাৰ সময়ত শিৱসাগৰৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘অসম চৰকাৰে বিহুৰ ক্ষেত্ৰত বাধা–নিষেধ দিয়া উচিত হোৱা নাই। যদি ৩১ ডিচেম্বৰৰ বাবে বাধা–নিষেধ আঁতৰাব পাৰে, দূৰ্গা পূজা, ষট পূজাৰ বাবেও বিশেষ বাধা নাথাকে, তেন্তে বিহুৰ ওপৰত বাধা–নিষেধ কিয়?সেয়েহে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক মই আহ্বান জনাইছো যাতে অনতি বিলম্বে বিহুৰ ওপৰত থকা বাধা–নিষেধসমূহ আঁতৰাই দিয়া হয়। বিশেষকৈ নিশা ১০ বজালৈকেহে ভেলাঘৰত থাকিব পাৰিব বুলি কোৱাটো যুক্তিসংগত নহয়। মাঘবিহুৰ দিনা নিশাটো খুব গুৰুত্বপূৰ্ণ। লগতে পুৱা ৬ বজাৰ পিছতহে মানুহ ওলাব পাৰিব বুলি কোৱা কথাটোও মানিবলগীয়া বিষয় নহয়। কাৰণ আমি সকলো অসমীয়া মানুহে সূৰ্যৰ পোহৰ পৰাৰ আগতেই মেজি জ্বলাওঁ। গতিকে মেজি জ্বলোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা ধ্বংস কৰিবৰ কাৰণে আমি কাকো অধিকাৰ প্ৰদান কৰিব নোৱাৰো। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেওঁ ৰাজনৈতিক নেতা, কিন্তু তেওঁ অসমীয়া জাতিৰ অভিভাৱক নহয়। গতিকে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী আৰু অসম চৰকাৰক বিহুৰ ওপৰত আৰোপ কৰা বাধা–নিষেধসমূহ উঠাই লবলৈ আহ্বান জনাইছো।’’

Previous Post

ক’ৰোনা হটস্পট ডিব্ৰুগড় বিশ্ববিদ্যালয়, এছপি বৈঠক

Next Post

ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰীয়ে উপহাৰ পালে এটা প্ৰকাণ্ড চিতল মাছ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰীয়ে উপহাৰ পালে এটা প্ৰকাণ্ড চিতল মাছ

ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰীয়ে উপহাৰ পালে এটা প্ৰকাণ্ড চিতল মাছ

IPL ত ‘ভিভো’ আউট, ক্ৰিজত ‘TATA’ !

IPL ত ‘ভিভো’ আউট, ক্ৰিজত ‘TATA’ !

অসম আৰক্ষীৰ DSPপদত যোগ দিব অলিম্পিকত পদক বিজয়ী লাভলীনাই

অসম আৰক্ষীৰ DSPপদত যোগ দিব অলিম্পিকত পদক বিজয়ী লাভলীনাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8