• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰ্দ্ধিত অমিক্ৰনৰ সংক্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা! সিদ্ধান্ত হ’ব আজি সন্ধিয়া

নিউজ ডেস্ক by নিউজ ডেস্ক
December 23, 2021
in সংবাদ, ৰাষ্ট্ৰীয়
1 min read
0
বৰ্দ্ধিত অমিক্ৰনৰ সংক্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা! সিদ্ধান্ত হ’ব আজি সন্ধিয়া
Share on FacebookShare on Twitter

দেশত বৃদ্ধি পোৱা অমিক্ৰনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সন্ধিয়া এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক আহ্বান কৰিছে। এই বৈঠকত স্বাস্থ্য বিভাগৰ বিষয়া আৰু আন কেইবাটাও বিভাগৰ বিষয়া উপস্থিত থাকিব। বৈঠকত অমিক্ৰনৰ বৰ্ধিত সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ আলোচনা কৰা হ’ব।
দেশত বৰ্তমান অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ২৫৪ জনলৈ বৃদ্ধি পাইছে। অতি শেহতীয়াকৈ উত্তৰাখণ্ড আৰু হাৰিয়ানাতো ক’ৰোনাৰ এই নতুন প্ৰকাৰে প্ৰৱেশ কৰিছে। পশ্চিমবংগতো বিদেশৰ পৰা উভতি অহা ২ জন লোকক অমিক্ৰন পজিটিভ পোৱা গৈছিল। হাৰিয়ানাত ৪ জন সংক্ৰমিত ব্যক্তি চিনাক্ত কৰা হৈছে। কেৰালা আৰু গুজৰাটত বুধবাৰে ৯ জনকৈ নতুন ৰোগী চিনাক্ত কৰা হৈছে।

Previous Post

‘ভাষা নাথাকিলে জাতি নাথাকে’ লিখা পোচাক পৰিধান কৰি অখিল গগৈৰ প্ৰতিবাদ

Next Post

ISROৰ বিজ্ঞানী হিচাপে নিযুক্তি পালে অসমৰ অলকেশে

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
Next Post
ISROৰ বিজ্ঞানী হিচাপে নিযুক্তি পালে অসমৰ অলকেশে

ISROৰ বিজ্ঞানী হিচাপে নিযুক্তি পালে অসমৰ অলকেশে

ভাৰত পালেহি এছ-৪০০ঃ আকাশতেই বাধা দিব পাৰিব শত্ৰু পক্ষৰ মিছাইল, ড্ৰোন, বিমান

ভাৰত পালেহি এছ-৪০০ঃ আকাশতেই বাধা দিব পাৰিব শত্ৰু পক্ষৰ মিছাইল, ড্ৰোন, বিমান

ভাগ্যনগৰ হ’বগৈ নেকি হায়দৰাবাদ!

ভাগ্যনগৰ হ'বগৈ নেকি হায়দৰাবাদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8