২০২২ চনৰ জানুৱাৰী মাহত ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ সকলে বেংকেই ১৫ দিনলৈ বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা প্ৰকাশিত বন্ধৰ তালিকাৰ পৰা এই কথা জানিব পৰা গৈছে। স্থানীয় তথা কেন্দ্ৰীয় বন্ধক লৈ এইসমূহ বন্ধ ঘোষনা কৰিছে RBI ৰ তৰফৰ পৰা।
ব্যৱসায়িক তথা দৈনন্দিন জীৱনত বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেনেক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব বেংকৰ গ্ৰাহক। বন্ধৰ তালিকাখন এনেধৰণৰ..
১ জানুৱাৰী- নৱবৰ্ষ
২ জানুৱাৰী- ৰবিবাৰ
৪ জানুৱাৰী- লোচোং (ছিক্কিম)
৮ জানুৱাৰী- দ্বিতীয় শনিবাৰ
৯ জানুৱাৰী- ৰবিবাৰ
১১ জানুৱাৰী- মিশ্যনাৰী দে ( মিজোৰাম)
১২ জানুৱাৰী- স্বামী বিবেকানন্দৰ জন্মজয়ন্তী
১৪ জানুৱাৰী- মকৰ সংক্ৰান্তি ( অসমকে ধৰি বহু ৰাজ্য)
১৫ জানুৱাৰী- মাঘ বিহু (অসম, তামিলনাডু আদি)
১৬ জানুৱাৰী- ৰবিবাৰ
১৮ জানুৱাৰী- থাই পোচম (চেন্নাই)
২২ জানুৱাৰী- চতুৰ্থ শনিবাৰ
২৩ জানুৱাৰী- ৰবিবাৰ
২৬ জানুৱাৰী- গণতান্ত্ৰ দিৱস
৩০ জানুৱাৰী- ৰবিবাৰ।