• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত

নিউজ ডেস্ক by নিউজ ডেস্ক
November 13, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
ৰাণীত হাতীয়ে ক্ষতিগ্ৰস্ত কৰা কৃষকলৈ বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ সহায়ৰ হাত
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত অসম – মেঘালয় সীমান্তৰ গাতে লগা বৃহত্তৰ ৰাণী অঞ্চলত বিগত দিনকেইটাত বনৰীয়া হাতীয়ে কৃষক ৰাইজক শালি ধান খেতিৰ চপাবৰ সময়ত ত্ৰাহি মধুসুদন দেখুওৱা পৰিলক্ষিত হৈছে। আনকি বিগত প্ৰায় এমাহ ধৰি কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধান বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ নিশা উজাগৰে থাকি টৰ্চলাইট, জোৰ লৈ হাতী খেদা কাৰ্যত জড়িত হব লগা হৈছে। আনকি হাতীৰ গছকত শ শ বিঘা শালি ধানৰ খেতি নষ্ট হোৱাত কৃষক ৰাইজ দিশহাৰা হৈ পৰিছে।

অৱশেষত ভুক্তভোগী কৃষক ৰাইজক কিঞ্চিত হলেও সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ কৰ্তৃপক্ষ। আজি বিয়লি কৰ্তৃপক্ষৰ এটা দলে ৰাণীৰ বেলগুৰীত গৈ ভুক্তভোগী প্ৰায় ৫০ টাৰো অধিক পৰিয়ালক সাক্ষাৎ কৰি হাতীয়ে তেওঁলোকৰ কৰা ক্ষয়ক্ষতিৰ বুজ লয়।

আনহাতে এই উপলক্ষে ৰাণীৰ আঞ্চলিক বন বিষয়া জয়ন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰঝাৰ বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা , মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা, প্ৰশাসনিক বিষয়া শুভদ্বীপ মুখাৰ্জী, জনসম্পর্কৰক্ষী বিষয়া ৰুমা দেৱীকে ধৰি কেবাজনো বিষয়া, ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ, সম্পাদক বিনয় দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত। আনহাতে সভাত ভুক্তভোগী কৃষক ৰাইজক আগন্তক দিনত নিশাৰ ভাগত হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট, ফটকা আৰু কেৰাচিন তেল বিতৰণ কৰা হয়। আনহাতে অঞ্চলটোৰ সচেতন ৰাইজে শালি ধান খেতিৰ চপাবৰ সময়ত কৃষকক এনে ধৰণৰ সহায়ৰ হাত আগবঢ়াই উপকৃত কৰা বাবে বৰঝাৰ বিমানকোঠ কৰ্তৃপক্ষৰ শলাগ লৈছে।

Previous Post

পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত গুৱাহাটীত ৰোড শ্ব’

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ নৱেম্বৰ, শিশু দিৱস

আজি ১৪ নৱেম্বৰ, শিশু দিৱস

ভাৰত জোড়ো যাত্ৰা এৰি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে!

ভাৰত জোড়ো যাত্ৰা এৰি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8