• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম সন্তান আদিল হুছেইনলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান…

নিউজ ডেস্ক by নিউজ ডেস্ক
September 2, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
0
অসম সন্তান আদিল হুছেইনলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান…
Share on FacebookShare on Twitter

বলিষ্ঠ অভিনেতা অসম সন্তান আদিল হুছেইনে পুনৰ কঢ়িয়াবলৈ সক্ষম হৈছে এক সুনাম৷ ৱাশ্বিংটন ডিচি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত সর্বশ্রেষ্ঠ অভিনেতাৰ সন্মানেৰে সন্মানিত কৰা হৈছে অভিনেতাগৰাকীক৷ “ৰাহগিৰ” নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে অসম সন্তান গৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে৷ এই কথা অভিনেতা গৰাকীয়ে নিজৰ টুইটাৰ যোগে প্রকাশ কৰে। লগতে তেওঁ এই সন্মান লাভ কৰি আনন্দিত বুলিও আত্মপ্রকাশ কৰে৷

উল্লেখ্য যে, ২০১৯ চনত নির্মাণ কৰা এই ছবিখনৰ ঝাৰখণ্ডত দৃশ্যগ্রহণ কৰা হৈছিল৷ ছবিখনত মূলত: গ্রাম্য ভাৰত, জনজাতীয় লোকসকলৰ জীৱনশৈলী তথা বিশেষকৈ গ্রামাঞ্চল আৰু চহৰ অঞ্চলৰ মাজত থকা পার্থক্যসমূহ দাঙি ধৰা হৈছিল৷ ৱাশ্বিংটন ডি চি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত দক্ষিণ এছিয়াৰ বিভিন্ন বিষয়ত নির্মিত ছবিসমূহ প্রদর্শন কৰা হৈছিল৷ এই ছবি মহোৎসৱ যোৱা ২৮ আগষ্টৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল৷ উল্লেখ্য যে, ইয়াৰ পূর্বেও আদিল হুছেইন কেইবাখনো ছবিত কৰা উল্লেখযোগ্য অভিনয়ৰ বাবে বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল৷

Tags: Adil HussainAwardBest ActorBollywood Actor
Previous Post

আৰক্ষীৰ সন্মুখত হাজিৰ হোৱাৰ সম্ভাৱনা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ…

Next Post

অৱশেষত ধৰাপৰিল ডিম্পল হত্যাকাণ্ডৰ মুল অভিযুক্ত…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অৱশেষত ধৰাপৰিল ডিম্পল হত্যাকাণ্ডৰ মুল অভিযুক্ত…

অৱশেষত ধৰাপৰিল ডিম্পল হত্যাকাণ্ডৰ মুল অভিযুক্ত...

কাৰ্বি-আংলং শান্তি চুক্তি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

কাৰ্বি-আংলং শান্তি চুক্তি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8