• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

খানামুখত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2023
in গুৱাহাটী, সংবাদ, সংস্কৃতি
1 min read
0
খানামুখত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা ( ফুকনৰ পাৰ) কমিটিৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও ১৪ আৰু ১৫ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে ভোগালী বিহু উদযাপন কৰা হয়। ১৪ জানুৱাৰীত ভোগালী বিহুৰ লগত সংগতি ৰাখি নামঘৰ চৌহদৰ বাকৰিত নামঘৰৰ অন্তৰ্গত খেলবাসীৰ পুৰুষ-মহিলা ,শিশুকে ধৰি চাৰে তিনিশৰো অধিক লোকে নিশা উৰুকাৰ সমূহীয়া ভোজত ভাগ লয়। ১৫ জানুৱাৰীত পুৱা খানামুখ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা ভেলাঘৰ তথা মেজিত পৰম্পৰাগতভাৱে অগ্নি দেৱতাক সমূহীয়াকৈ বছৰটোৰ মংগল কামনা কৰি প্ৰজ্বলন কৰাৰ পাছত ভোগালী বিহুৰ ঐতিহাসিক বাৰ্ষিক ৰাজহুৱা সভা অনুষ্ঠিত হয়।

খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক হীৰেন কলিতাই। সভাত মুখ্য সম্পাদক চন্দন কলিতাই বছৰটোৰ জমা- খৰছৰ খতিয়ান দাঙি ধৰে। তেনেদৰে হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে জয়ন্ত কলিতাই। সভাত সাৰদা কলিতা, কমলা কলিতা, অমল কলিতা, ৰতন কলিতা, ধীৰাজ কলিতা, ৰঞ্জিত কলিতা, উৎপল বৰ্মন, প্ৰদীপ কলিতা ( নামান ), শৰৎ কলিতা ( পুতুকণ ), হৰিচৰণ কলিতা ( মাজু ), হেমন্ত কলিতা ( আলেক ), লোহিত কলিতা, ললিত কলিতা (ৰিংকু), ৰিতুমণি কলিতা (বুটু) আনন্দ দাসকে ধৰি উপস্থিত কেবাজনেও ভাষণত নগৰৰ যান্ত্ৰিকতাৰ মাজত থাকিলেও যুগ যুগ ধৰি বৃহত্তৰ খানামুখত আটাইকেইখন খেলবাসীয়ে পৰম্পৰাগতভাৱে ভোগালী বিহু পালন কৰি অহা বিষয়টোৰ আলোকপাত কৰে। সভাত বিগত এটা বছৰত যিসকল লোকৰ মৃত্যু হল তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে যিসকল লোক অসুস্থ হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰা হয়। সভাত খানামুখ ৰাজহুৱা নামঘৰৰ নিৰ্মীয়মান অৱস্থাত থকা মণিকূটকে ধৰি নামঘৰৰ উন্নয়ন, আগন্তক বাৰ্ষিক হোমাহুতি উৎসৱ অনুষ্ঠিত কৰাকে ধৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে সভাত আগন্তক কাৰ্যকালৰ বাবে যাদৱ চন্দ্ৰ কলিতাক সভাপতি হেমেন কলিতাক মুখ্য সম্পাদক , ভূষণমণি দাস আৰু ধৃতিমান দাসক সম্পাদক হিচাপে লৈ খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।

Previous Post

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

Next Post

ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন

ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন

জালুকবাৰীৰ পদুমবৰীত ‘যিমান পাৰা সিমান নিয়া’ খাদ্য বিপনী মুকলি

জালুকবাৰীৰ পদুমবৰীত 'যিমান পাৰা সিমান নিয়া' খাদ্য বিপনী মুকলি

মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8