- বিপদসীমাৰ ওপৰেৰে বৈছে নামনি অসমৰ দুখনকৈ নদী।
- নামনিৰ নদীসমূহত এৰি দিয়া হৈছে ভূটানৰ কুৰিশ্বু বান্ধৰ পানী।
- বিপদসীমাৰ ওপৰেৰে বৈছে কালদিয়া আৰু পহুমৰা নদীৰ জলস্তৰ।
- জনসাধাৰণক সাৱধান হোৱাৰ আহ্বান প্ৰশাসনৰ।
- ইফালে মধ্য অসমৰ কামপুৰত অব্যাহত আছে বানৰ তাণ্ডৱ।
- কপিলীৰ বাঢ়নী পানীত প্লাবিত হৈছে ন ন অঞ্চল।
- নীপকুৱে খানদং বান্ধৰ পানী এৰি দিয়াৰ বাবেই এই অঞ্চলটোত সৃষ্টি হৈছে বানপানী।