• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাইলৈৰ পৰা সলনি হ’ব বহু নিয়ম! প্ৰভাৱ পৰিব আপোনাৰ পকেটটো

Manoranjan Majumder by Manoranjan Majumder
January 31, 2021
in বিবিধ, সংবাদ
1 min read
0
কাইলৈৰ পৰা সলনি হ’ব বহু নিয়ম! প্ৰভাৱ পৰিব আপোনাৰ পকেটটো
Share on FacebookShare on Twitter

কাইলৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট দাখিল কৰিব।

ইয়াৰোপৰিও ১ ফেব্ৰুৱাৰীৰ পৰা কেইবাটাও বৃহৎ সলনি হ’ব আৰু এই সলনি সাধাৰণ ৰাইজৰ সৈতে জড়িত।

ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰটো পৰিব পাৰে।

এটা পৰিৱৰ্তন বেংকিঙৰ সৈতে জড়িত।

কিছুমান পৰিৱৰ্তন এনেধৰণৰো যে, যাৰ প্ৰভাৱ পোনপটীয়াকৈ আপোনাৰ পকেটটো পৰিব। আহক জানো ১ ফেব্ৰুৱাৰীৰ পৰা কি কি সলনি হ’ব।

বাজেটত হ’ব পাৰে বৃহৎ সলনি
১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিত্তীয় বৰ্ষ ২০২১-২২ৰ বাবে সাধাৰণ বাজেট দাখিল কৰিব।

ভাৰতীয় বাজেট ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হ’ব যেতিয়া পেপাৰলেছ বাজেট দাখিল কৰা হ’ব।

ক’ৰোনা সংকটৰ বাবে চৰকাৰে পেপাৰলেছ বাজেট দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি উদ্যোগ জগতলৈ এই বাজেটখনৰ পৰা ৰেহাইৰ আশা কৰা হৈছে।

চৰকাৰেও স্বাস্থ্য, কৃষি আৰু কৰ্মসংস্থাপনক লৈ বৃহৎ ঘোষণা কৰিব পাৰে।

PNB এটিএমৰ পৰা টকা উলিওৱাৰ পদ্ধতি হ’ব সলনি
চৰকাৰী বেংক পঞ্জাৱ নেচনেল বেংকে প্ৰৱঞ্চনা ৰোধ কৰিবলৈ ১ ফেব্ৰুৱাৰীত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিব।

বেংকৰ মতে, ১ ফেব্ৰুৱাৰীৰ পৰা PNB গ্ৰাহকে নন-ইএমবি এটিএমৰ পৰা টকা উলিয়াব নোৱাৰিব।

অৰ্থাৎ কাইলৈৰ পৰা PNB গ্ৰাহকে নন-ইএমবি এটিএমৰ পৰা টকা উলিয়াব নোৱাৰিব।

ৰন্ধন গেছৰ মূল্য সলনি হোৱা সম্ভৱ
দেশৰ তেল কোম্পানীসমূহে প্ৰতিটো মাহৰ প্ৰথমটো দিনত ৰন্ধন গেছৰ মূল্যৰ সমীক্ষা কৰে।

যাৰ বাবে কোম্পানীসমূহে কাইলৈ মূল্য বৃদ্ধি কৰাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব,

যদি এনেকুৱা হয় তেন্তে সাধাৰণ ৰাইজে পাব পাৰে অসুবিধা।

কিন্তু গ্ৰাহকসকলে মূল্য হ্ৰাস হোৱাৰ আশা কৰিছে।

ৰে’লত ই-কেটৰিঙৰ সুবিধা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ
ক’ৰোনা মহামাৰীৰ বাবে যাত্ৰীসকলে ৰে’লত ই-কেটৰিঙৰ সুবিধা পোৱা নাছিল।

আৰু এতিয়া ক’ৰোনাৰ আক্ৰান্তৰ সংখ্য়া হ্ৰাস হোৱা বাবে ৰে’লৰ সুবিধাসমূহ পুনৰ আৰম্ভ কৰিছে।

১ ফেব্ৰুৱাৰীৰ পৰা IRCTC ই-কেটৰিং সেৱা পুনৰ আৰম্ভ হ’ব।

কিন্তু এই সুবিধা কেৱল নিৰ্বাচিত ষ্টেচনতে উপলব্ধ হ’ব।

লগতে ৰে’লৱে ফেব্ৰুৱাৰীৰ পৰা কেইবাটাও ৰুটত ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেইবাটাও ৰুটত বিমান সেৱা আৰম্ভ
বিমান যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে।

এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে নতুন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উৰণৰ ঘোষণা কৰিছে।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ফেব্ৰুৱাৰীৰ পৰা ২৭ মাৰ্চ ২০২১ৰ সময়ছোৱাত ত্ৰিচী আৰু ছিংগাপুৰৰ মাজত প্ৰতিদিনে বিমান যাত্ৰা আৰম্ভ কৰিব।

ইয়াৰোপৰি ৰাজা ভোজ বিমানবন্দৰৰ পৰা ইণ্ডিগ’ৰ আহমেদাবাদ আৰু লক্ষ্ণৌৰ বিমান যাত্ৰাৰ আৰম্ভণি ৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।

ক’ৰোনা ভাইৰাছৰ বাবে ভাৰতে বিগত বৰ্ষৰ ২৩ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা স্থগিত কৰি ৰাখিছিল।

Photo: Google

Tags: BudgetNirmala Sitharamanনিৰ্মলা সীতাৰমণবাজেট
Previous Post

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’; কি ক’লে ৰাইজক…?

Next Post

গুৱাহাটীত দুখন ফুটব্ৰীজৰ উদ্বোধন; দিব্যাংগসকলৰ বাবে আছে বিশেষ সুবিধা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Foot Bridge

গুৱাহাটীত দুখন ফুটব্ৰীজৰ উদ্বোধন; দিব্যাংগসকলৰ বাবে আছে বিশেষ সুবিধা

oil india limited

'আত্মনিৰ্ভৰ ভাৰত' ৰ অধীনত উত্তৰ-পূবত অইলৰ অভিযান

২০২১-২২ বৰ্ষৰ বাজেটত কি কি আছে পলকতে চকু ফুৰাও আহক…

২০২১-২২ বৰ্ষৰ বাজেটত কি কি আছে পলকতে চকু ফুৰাও আহক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8