আজি ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব প্ৰাক্তন সাংসদ তথা বিজেপি নেতা বিশ্বজিৎ দৈমাৰীয়ে।
তেওঁৰ লগত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে ১৮ ফেব্ৰুৱাৰী মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷
১৯ ফেব্ৰুৱাৰীত হ’ব মনোনয়ন পত্ৰ পৰীক্ষণ। ২২ ফেব্ৰুৱাৰীত মনোনয়ন প্ৰত্যাহাৰৰ দিন নিৰ্ধাৰণ ৷ ২০২০ বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা খালী হৈ আছে ৰাজ্যসভাৰ এখন আসন ৷
Photo: Google