অগপৰ পিছত বিজেপিয়েও তৃতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে।
মুঠ ১৭টা সমষ্টিৰ বাবে ঘোষণা কৰিলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা।
পিছে কোনে কোনে পালে টিকট?
অসমৰ দুই অন্যতম শক্তিশালী সমষ্টি দিছপুৰ আৰু পূব গুৱাহাটীত কোনে লাভ কৰিলে টিকট?
দিল্লীস্থিত বিজেপিৰ মূখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় নেতৃত্বই ঘোষণা কৰে এই তৃতীয়খন প্ৰাৰ্থী তালিকা।
কোনটো সমষ্টিৰ পৰা কোনে লাভ কৰিলে টিকট?
দক্ষিণ শালমৰা- ২২নং সমষ্টি- আশ্বাদুল ইছলাম
ধুবুৰী- ২৩নং সমষ্টি- ডা০ দেবাময় সন্যাল
গোলকগঞ্জ- ২৫নং সমষ্টি- অশ্বিনী ৰায় সৰকাৰ
বিলাসীপাৰা পশ্চিম- ২৬নং সমষ্টি- ডা০ আবু বক্কৰ ছিদ্দিকী
বিলাসীপাৰা পূব- ২৭নং সমষ্টি- অশোক সিংঘী
বিজনী- ৩৩নং সমষ্টি- অজয় কুমাৰ ৰায়
দুধনৈ- ৩৬নং সমষ্টি- শ্যামজিৎ ৰাভা
জলেশ্বৰ- ৩৯নং সমষ্টি- ওছমান গণী
সৰভোগ- ৪০নং সমষ্টি- শংকৰ চন্দ্ৰ দাস
জনিয়া- ৪৪নং সমষ্টি- শ্বহীদুল ইছলাম
বাঘবৰ- ৪৫নং সমষ্টি- হাছিনাৰা খাতুন
পলাশবাৰী- ৫০নং সমষ্টি- হেমাংগ ঠাকুৰীয়া
দিছপুৰ- ৫২নং সমষ্টি- অতুল বৰা
পূব গুৱাহাটী- ৫৩নং সমষ্টি- সিদ্ধাৰ্থ ভট্টাচাৰ্য
হাজো- ৫৫নং সমষ্টি- সুমন হৰিপ্ৰিয়া
বৰক্ষেত্ৰী- ৬০নং সমষ্টি- নাৰায়ণ ডেকা
ধৰ্মপুৰ- ৬১নং সমষ্টি- চন্দ্ৰ মোহন পাটোৱাৰী
Photo: Google