প্ৰাৰ্থীৰ তালিকাক লৈ দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল। সংবাদমেল সম্বোধন কৰে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে।
সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা।
কোনটো সমষ্টিত কোনে পালে টিকট?
পাটাছাৰকুছি- ৰঞ্জিৎ কুমাৰ দাস
মাজুলী- সৰ্বানন্দ সোণোৱাল
জালুকবাৰী- ড০ হিমন্ত বিশ্ব শৰ্মা
ঢেকিয়াজুলী- অশোক সিংঘাল
বৰচলা- গণেশ কুমাৰ লিম্বু
ৰঙাপৰা- কৃষ্ণ কমল তাঁতী
চতিয়া- পদ্ম হাজৰিকা
বিশ্বনাথ- প্ৰমোদ বৰঠাকুৰ
বিহালি- ৰণজিৎ দত্ত
গহপুৰ- উৎপল বৰা
ধিং- সঞ্জীৱ কুমাৰ বৰা
বটদ্ৰৱা- আঙুৰলতা ডেকা
ৰূপহীহাট- নাজিৰ হুছেইন
চামগুৰি- অনিল শইকীয়া
সৰুপথাৰ- বিশ্বজিৎ ফুকন
গোলাঘাট- অজন্তা নেওগ
খুমটাই- মৃণাল শইকীয়া
যোৰহাট- হিতেন্দ্ৰ নাথ গোস্বামী
তিতাবৰ- হেমন্ত কলিতা
মৰিয়নি- ৰমণী তাঁতী
নাজিৰা- ময়ুৰ বুঢ়াগোঁহাই
মাহমৰা- যোগেন মহন
সোণাৰী- ধৰ্মেশ্বৰ কোঁৱৰ
থাউৰা- কুশল দুৱৰী
শিৱসাগৰ- সুৰভি ৰাজকোঁৱৰ
বিহপুৰীয়া- ড০ অমিয় ভূঞা
লখিমপুৰ- মানৱ ডেকা
ঢকুৱাখনা- নৱ কুমাৰ দলে
ধেমাজি- ড০ ৰণোজ পেগু
জোনাই- ভূৱন পেগু
মৰাণ- চক্ৰধৰ গগৈ
ডিব্ৰুগড়- প্ৰশান্ত ফুকন
লাহোৱাল – বিনোদ হাজৰিকা
দুলিয়াজান- তেৰছ গোৱালা
টিংখাং- বিমল বৰা
নাহৰকটীয়া- তৰংগ গগৈ
তিনিচুকীয়া- সঞ্জয় কিষাণ
ডিগবৈ- সুৰেণ ফুকন
মাৰ্ঘেৰিটা- ভাস্কৰ শৰ্মা
শদিয়া- বলিন চেতিয়া
দ্বিতীয় পৰ্যায়
ৰাতাবাৰী- বিজয় মালাকাৰ
পাথাৰকান্দি- কৃষ্ণেন্দু পাল
কৰিমগঞ্জ উত্তৰ- ডা০ মানস দাস
বদৰপুৰ- বিশ্বৰূপ ভট্টাচাৰ্যী
কাটলিচেৰা- সুব্ৰত নাথ
শিলচৰ- দীপায়ন চক্ৰৱৰ্তী
সোণাই- আমিনুল হক লস্কৰ
ধলাই- পৰিমল শুক্লবৈদ্য
উদাৰবন্দ- মিহিৰ কান্তি সোম
লক্ষীপুৰ- কৌশিক ৰায়
বৰখলা- অমলেন্দু দাস
কাটিগড়- গৌতম ৰয়
হাফলং- নন্দিতা গাৰলোচা
বোকাজান- ড০ নোমল মমিন
হাওৰাঘাট- দৰছিং ৰংহাং
ডিফু- বৈদ্য সিং ইংলেং
বৈথালাংছু- ৰূপ সিং তেৰাং
কমলপুৰ- দিগন্ত কলিতা
ৰঙিয়া- ভৱেশ কলিতা
নলবাৰী- জয়ন্ত মল্ল বৰুৱা
পানেৰী- বিশ্বজিৎ দৈমাৰী
কলাইগাঁও- মধুৰাম ডেকা
মঙলদৈ- গুৰুজ্যোতি দাস
মাজবাট- জিতু কিষাণ
জাগীৰোড- পীযুষ হাজৰিকা
মৰিগাঁও- ৰমাকান্ত দেউৰী
লাহৰীঘাট- কাদিৰু জজমান জিন্নাহ
নগাঁও- ৰূপক শৰ্মা
বঢ়মপুৰ- জিতু গোস্বামী
লামডিং- শিবু মিশ্ৰা
ইউ পি পি এল দলে ৮ আসনত যুঁজ আগবঢ়াব।
চূড়ান্ত প্ৰাৰ্থীৰ তালিকা-
Photo: Facebook