• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

NSSৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰক্তদান শিবিৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 19, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
NSSৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰক্তদান শিবিৰ
Share on FacebookShare on Twitter

ৰক্তদান মহৎ দান – এই কথাক সাৰোগত কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSSগোটৰ উদ্যোগত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ সহযোগত যোৱা ১৬ মাৰ্চ তাৰিখে ছাত্ৰ কল্যাণ সঞ্চালক কাৰ্যালয়ত এক বৃহৎ ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। শিবিৰটোত প্ৰায় ৩০ ৰো অধিক স্বেচ্ছাসেৱকে ৰক্তদান কৰে। ক’ভিড মহামাৰীৰ সময়ছোৱাৰ লগতে তাৰ পৰৱৰ্তী সময়তো এগৰাকী ৰোগীৰ বাবে তেজৰ অপৰিসীম গুৰুত্বৰ কথা উপলব্ধি কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয় NSSগোটে এনে বিভিন্ন সমাজ হিতৈষী পদক্ষেপ গ্ৰহণ কৰি আহিছে।

অনুষ্ঠিত হৈ যোৱা ৰক্তদান শিবিৰৰ শুভ উদ্বোধন কৰি ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কাকতিয়ে সমাজৰ প্ৰতি থকা ছাত্ৰ- ছাত্ৰীৰ দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয় NSS গোটৰ কাৰ্যবাহী বিষয়া ড° ৰিতুপৰ্ণ বৰাই উপস্থিত আটাইকে আদৰণি জনোৱাৰ লগতে ৰক্তদানৰ উপকাৰিতা বিষয়ে অৱগত কৰে। ৰক্তদাতাক কেনেকে উৎসাহ আৰু প্ৰেৰণা যোগাব পাৰি সেই বিষয়েও বক্তব্য প্ৰদান কৰে। এই শিবিৰৰ আয়োজক মণ্ডলীৰ লগতে ৰক্তদাতা ছাত্ৰ- ছাত্ৰী সকললৈ এই মহান দানৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈ তথা পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। বিয়লি ৩ বজাত অন্ত পৰা ৰক্তদান শিবিৰ দিনযোৰা কাৰ্যসূচীৰে সুকলমে অনুষ্ঠিত হৈ যায়।

Previous Post

ভয়ংকৰ অগ্নিকাণ্ডত জুইত জাহ গ’ল এখন বাছ

Next Post

অবৈধ বালি-মাটিৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অবৈধ বালি-মাটিৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

অবৈধ বালি-মাটিৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

গীতিমা দাসলৈ পুতলা নাচৰ বাবে যুৱ শিল্পী বৃত্তি প্ৰদান

গীতিমা দাসলৈ পুতলা নাচৰ বাবে যুৱ শিল্পী বৃত্তি প্ৰদান

আৰক্ষীৰ জালত পৰিল গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্ত

আৰক্ষীৰ জালত পৰিল গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8