• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল বলীউদৰ জনপ্ৰিয় অভিনেতা বিক্ৰমজিৎ কোঁৱৰপলৰ

Manoranjan Majumder by Manoranjan Majumder
May 1, 2021
in বিবিধ, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল বলীউদৰ জনপ্ৰিয় অভিনেতা বিক্ৰমজিৎ কোঁৱৰপলৰ
Share on FacebookShare on Twitter

দেশত ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বহু লোকৰ ।

আজি বলীউদৰ জনপ্ৰিয় অভিনেতা বিক্ৰমজিৎ কোঁৱৰপলো ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হয়।

দীৰ্ঘদিন ধৰি ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতা জনে।

আজি পুৱাই শেষ নিশ্বাস ত্যাগ কৰে বলীউদৰ অভিনেতা বিক্ৰমজিৎ কোঁৱৰপলে।

মৃত্যুৰ সময়ত অভিনেতা জনৰ বয়স আছিল ৫২ বছৰ।

অৱসৰ প্ৰাপ্ত আৰ্মী অফিচাৰ বিক্ৰমজিৎ কোঁৱৰপলে বলীউদৰ বিভিন্ন চিনেমাত অভিনয় কৰাৰ উপৰিও টেলিভিছনৰ ধাৰাবাহিকটো অভিনয় কৰিছিল।

অভিনেতা গৰাকীৰ মৃত্যুৰ পিছতে সমগ্ৰ বলীউড জগততে শোকৰ ছাঁ পৰিছে।

Photo Credit: Google

Tags: actorBollywoodDeathক'ৰোনা ভাইৰাছবিক্ৰমজিৎ কোঁৱৰপল
Previous Post

ভয়ংকৰ অগ্নিকাণ্ড; মৃত্যু হ’ল ১৮ জন ক’ৰোনা আক্ৰান্ত ৰোগীৰ

Next Post

প্ৰথমতে প’ষ্টেল বেলটৰ ভোটগণনা কৰা হ’ব ২ মে’ত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰথমতে প’ষ্টেল বেলটৰ ভোটগণনা কৰা হ’ব ২ মে’ত

প্ৰথমতে প'ষ্টেল বেলটৰ ভোটগণনা কৰা হ'ব ২ মে'ত

ক’ৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হ’ল অসম সন্তান জ্যেষ্ঠ সাংবাদিক অনিৰ্বাণ বৰা

ক'ৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হ'ল অসম সন্তান জ্যেষ্ঠ সাংবাদিক অনিৰ্বাণ বৰা

ভাল খবৰ! অচিৰেই ঘৰলৈ উভতিব হোমেন বৰগোহাঞি

ভাল খবৰ! অচিৰেই ঘৰলৈ উভতিব হোমেন বৰগোহাঞি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8