• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন
Share on FacebookShare on Twitter

কৰ্ম ব্যস্ততাৰ মাজতে বিভিন্ন সময়ত ভিন্নসুৰী গল্পৰ সাধনা কৰি অহা অংকিতা বৰুৱাৰ গল্পত আছে ৰসিকতা আৰু প্ৰভাৱশালীতা আজি এই মন্তব্য এক গ্ৰন্থ উন্মোচনী সভাত আগবঢ়াই বিশিষ্ট চলচ্চিত্ৰ সমালোচক, গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাই। উল্লেখযোগ্য আগশাৰীৰ প্ৰকাশন পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা অংকিতা বৰুৱাৰ গল্প সংকলন ” জোনবিলৰ ভেনাছ” অলপতে গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। নিজৰ উন্মোচনী ভাষণত বৰবৰাই ইয়াকো কয় যে গল্পকাৰ হিচাপে অংকিতা বৰুৱা অতি সংবেদনশীল, চৰিত্ৰ আৰু কাহিনীক তেওঁ সমানে গুৰুত্ব দিছে।

অনুষ্ঠানত আন এগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি গল্প কথক অতনু ভট্টাচাৰ্যই অসমীয়া গল্প সাহিত্যৰ গতিধাৰা ইয়াৰ বৈশিষ্ট, সমসাময়িক সময়ত গল্প সাহিত্যৰ চৰ্চা আৰু আধুনিক গল্পকাৰ সকলৰ অৱদান সম্পৰ্কত মননশীল মন্তব্য আগবঢ়াই। যুৱ সমাজ কৰ্মী তথা জনপ্ৰিয় কাব্য চৰ্চাৰ অনুষ্ঠান স্পন্দনৰ সভাপতি ময়ুৰী দত্তই আঁতধৰা অনুষ্ঠানটিত আনকেইগৰাকী উন্মোচক হিচাপে উপস্থিত থাকি অনুষ্ঠানটি অধিক মনোগ্ৰাহী কৰি তোলে ক্ৰমে বিশিষ্ট সমালোচক অৰিন্দম বৰকটকী, বিশিষ্ট গল্পকাৰ গীতালি বৰা, আৰু গীতিকাৰ মণিকা দেৱীয়ে। অনুষ্ঠানত লেখকৰ মনৰ ভাব প্ৰকাশ কৰি অংকিতা বৰুৱাই কয় যে মনৰ ভিতৰত উথলি থকা ভাৱবোৰ তেওঁ শব্দৰ মাজেৰে প্ৰকাশ কৰি গল্প ৰূপ দিছে আৰু ইয়াক পাঠকে আদৰি ললেই তেওঁৰ সফলতা। যথেষ্ট সংখ্যক গ্ৰন্থঅনুৰাগী আৰু লেখিকাৰ গুণগ্ৰাহীলোকৰ উপস্থিতিত অনুষ্ঠিত আজিৰ গ্ৰন্থ উন্মোচনী সভাৰ সামৰণি পৰে কবি, ঘোষক হিমাংশু ভাগৱতীৰ শলাগৰ শৰাইৰে।

Previous Post

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়লাভ মিডিয়া ছুপাৰ কিংছৰ

Next Post

বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8