• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাপ্তাহিক কাকত ‘ৰঙিলী বাৰ্ত্তা’ ৰ সৌজন্যত কবিতা পুথি “দেহে প্ৰাণে কবিতা মোৰ” উন্মোচন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
সাপ্তাহিক কাকত ‘ৰঙিলী বাৰ্ত্তা’ ৰ সৌজন্যত কবিতা পুথি “দেহে প্ৰাণে কবিতা মোৰ” উন্মোচন
Share on FacebookShare on Twitter

গুৱাহাটী প্ৰেছ ক্লাৱত শুক্ৰবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূর্ণ সভাত, যোৰহাট তিতাবৰৰ অষ্টম শ্ৰেণীত পঢ়া ১৪বছৰীয়া নিতিশ্মান দাসৰ “দেহে প্ৰাণে কবিতা মোৰ” নামৰ কবিতাপুথি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতা তথা বিশিষ্ট লেখক আৰু সাহিত্যিক গোপাল জালান দেৱে। সভাত সভাপতিত্ব কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক অসমীয়া ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড০ মুকুল চক্ৰৱৰ্তী দেবে।

সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে উদ্যোগপতি পৱন আগৰৱালা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমোনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ যুতিকা ওঝা। কবিতাপুথিৰ লেখক নিতিষ্মান দাসৰ পৰিয়ালবৰ্গৰ লগতে ৰঙিলী বাৰ্ত্তাৰ কৰ্মবিন্দৰ উপস্থিতিত কিতাপখন উন্মোচন কৰা হয় । সভাত নিতিষ্মানৰ এই প্ৰতিভাক সকলোৱে সম্ভাষণ জনাই আৰু ৰঙিলীবাৰ্ত্তাৰ মুখ্য সম্পাদক উদ্দীপ্ত নয়ন মেধিৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ এই প্ৰচেষ্টাক উপস্থিত সকলোৱে ভূয়সী প্ৰসংশা কৰে। সভাত গোপাল জালান দেৱে স্বৰ্গীয় মহেশ চন্দ্ৰ মেধিৰ লগত তেঁওৰ সম্পৰ্ক কথা সোৱৰে লগতে অনলাইনৰ এই যুগতো যে কিতাপৰ মূল্য বহু বেছি তাক বাখ্যা কৰে।

বিশিষ্ট অতিথি পবন আগৰৱালা দেৱে ৰঙিলী বাৰ্ত্তা ৰ প্ৰতিষ্ঠাতা স্বৰ্গীয় মহেশ চন্দ্ৰ মেধিৰ লগত থকা তেওঁৰ পুৰণা সম্পৰ্কৰ কথা কয় আৰু নিতিষ্মানক আৰু আগুৱাই যোৱাৰ বাবে অনুপ্ৰেৰণা মূলক বক্তব্য দাঙি ধৰে। ডঃ যুতিকা ওঝা দেৱীয়েও নিতিষ্মানৰ  কামক প্ৰশংসা কৰে। সভাপতি ডঃ মুকুল চক্ৰৱৰ্তী ডাঙৰীয়াই আজিৰ প্ৰজন্মক নিজৰ ইচ্চামতে সৎ পথ বাছি লৈ আগবাঢ়ি যোৱাৰ পোষকতা কৰে।
সভাত যোৱা ১৭ জুন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফলৰ বিজয়ী সকল ক্ৰমে প্ৰথম – মেঘৰাগিনী বৰা, দ্বিতীয়- দেৱস্মৃতা পাল,তৃতীয়- দীক্ষিত বেজবৰুৱাক সম্বৰ্ধনা জনোৱা হয়। শেষত ৰঙিলী বাৰ্ত্তাৰ স্বত্বাধিকাৰী উদ্দীপ্ত নয়ন মেধি ডাঙৰীয়াই শলাগৰ শৰাইৰ আগবঢ়োৱাৰ লগতে কবিতা লিখকক সম্বৰ্ধনা আগবঢ়াই আৰু প্ৰস্তুতি শৰ্মাক কনিষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰাৰ লগতে সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে।

Previous Post

দিছপুৰত দেৱজিৎ গগৈ স্মৃতিত শৰীৰ চৰ্চা প্ৰতিযোগিতা

Next Post

দিল্লী কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
আজি নতুন দিল্লীত কেবিনেট বৈঠক

দিল্লী কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8