• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল

নিউজ ডেস্ক by নিউজ ডেস্ক
January 2, 2023
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
গুৱাহাটীত আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰ কাৰ্নিভেল
Share on FacebookShare on Twitter

নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই গুৱাহাটীত আৰম্ভ হ’ল ‘ব্ৰহ্মপুত্ৰ কাৰ্নিভেল’। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে এই অনুষ্ঠানৰ। ব্ৰহ্মপুত্ৰ কাৰ্নিভেলতে কেক কাটি নৱবৰ্ষও উদযাপন কৰে মুখ্যমন্ত্ৰীয়ে। আগন্তুক ৩-৪ মাহলৈ ব্ৰহ্মপুত্ৰৰ বালিচৰত চলিব এই অনুষ্ঠান। বিবাহ অনুষ্ঠান, জন্মদিন বা অন্যান্য অনুষ্ঠানৰো আয়োজন কৰাৰ অনুমতি দিয়া হৈছে উমানন্দ মন্দিৰৰ সমীপতে থকা ব্ৰহ্মপুত্ৰৰ বালিচৰত।

Enthralled by the ambience at Brahmaputra Carnival that kicked off on a sandbar of mighty Brahmaputra.

The tourist spot developed by Tourism dept in the lap of the river has truly harnessed Assam's tourism potential.
I'm sure it'll attract a lot of visitors in the coming days. pic.twitter.com/1XjCRd4eLi

— Himanta Biswa Sarma (@himantabiswa) January 1, 2023

উল্লেখ্য, এই মহোৎসৱলৈ যোৱাৰ বাবে যাতায়াতৰ সু-ব্যৱস্থা কৰিছে পৰ্যটন বিভাগ আৰু IWTয়ে। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈকে ফাঁচীবজাৰৰ ৰজাদুৱাৰ ঘাটৰ পৰা চলিব ফেৰী সেৱা। অসমৰ থলুৱা,পৰম্পৰাগত খাদ্যসম্ভাৰ,সাজপাৰ আদিৰ বহু বিপণী থাকিব ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত।

নৌকা বিহাৰ, হাতী ছাফাৰী, ঘোঁৰা ছাফাৰী, জীপ লাইনিং, এৰ’ স্পৰ্টছ আদিৰো অভিজ্ঞতা ল’ব পাৰিব সকলোৱে। ব্ৰহ্মপুত্ৰৰ বালিচৰক কেন্দ্ৰ কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে হাতত লৈছে এই পদক্ষেপ।

Previous Post

১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিল ১০০খন গেছচালিত বাছ

Next Post

থানাৰ পৰা হেণ্ডকাফসহ পলাল চোৰ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!

থানাৰ পৰা হেণ্ডকাফসহ পলাল চোৰ

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অঘটন! ৩ জনৰ মৃত্যু

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত অঘটন! ৩ জনৰ মৃত্যু

পূব ধাৰাপুৰৰ পৰা মাজিৰগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ পাৰেৰে নিৰ্মাণ হ’ব পকীপথ

পূব ধাৰাপুৰৰ পৰা মাজিৰগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ পাৰেৰে নিৰ্মাণ হ'ব পকীপথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8