• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বাজেট ২০২১ৰ ২১টা বৃহৎ ঘোষণা; মাত্ৰ এটা ক্লিকত জানিব পাৰিব A to Z

Manoranjan Majumder by Manoranjan Majumder
February 1, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
Union Budget
Share on FacebookShare on Twitter

সোমবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দেশৰ সাধাৰণ বাজেটখন দাখিল কৰিলে।

বাজেটত দিয়া প্ৰস্তাৱ ৬টা প্ৰধান কেন্দ্ৰৰ ওপৰত আধাৰিত।

ইয়াত স্বাস্থ্য আৰু সুখ-সুবিধা, ভৌতিক আৰু বিত্তীয় পুঁজি তথা মৌলিক গঠন, উচ্চকাংক্ষী ভাৰতৰ বাবে সামগ্ৰিক উন্নয়ন, মানৱ পুঁজি, নৱপ্ৰৱৰ্তন আৰু অনুসন্ধান তথা বিকাশ, নূন্যতম শাসন কাৰ্যকৰী শাসন অন্তৰ্ভুক্ত।

বাজেটৰ অনুসৰি, চৰকাৰে ২০ হাজাৰ কোটি টকাৰ পুঁজিৰ সৈতে বিকাশ বিত্ত সংস্থা গঠন কৰিব।

Voluntary Vehicle Junk Policyৰ আধাৰত পুৰণি বাহসমূহ আঁতৰোৱা হ’ব।

ব্যক্তিগত ক্ষেত্ৰত ব্যৱহৃত বাহনৰ বাবে ২০ বছৰৰ পিছথ ফিটনেছ তদন্তৰ প্ৰস্তাৱ।

সম্ভাব্য পুৰণি অবকাঠামো সম্পত্তিসমূহ বজাৰত উঠাবলৈ ৰাষ্ট্ৰীয় নগদীকৰণ অনুষ্ঠান।

ডিজিটেল পদ্ধতিৰে প্ৰথমটো জনগণনাৰ বাবে ৩,৭২৬ কোটি টকাৰ নিয়ম কৰিছে।

বাজেট ২০২১ৰ ২১টা বৃহৎ ঘোষণা
১. ৰাজকোষীয় আৰু স্বাস্থ্য সন্দৰ্ভত ব্যয়…স্বাস্থ্য ক্ষেত্ৰত ব্যয় ১৩৭ শতাংশ বৃদ্ধি কৰি ২.২৩ লাখ কোটি টকা কৰা হৈছে।

২. ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বিত্তীয় বৰ্ষত ক’ৰোনা ভেকচিনৰ বাবে ৩৫,০০০ কোটি টকাৰ ব্যয়ৰ বিধান।

৩. ভাৰতত ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ ২টা ভেকচিন উপলব্ধ, দুটা আৰু ভেকচিন শীঘ্ৰে জাৰি কৰা হ’ব।

৪. আগন্তুক বিত্তীয় বৰ্ষত পুঁজি ব্যয় উল্লেখনীয়ভাৱে বৃদ্ধি কৰি ৫.৫৪ লাখ কোটি টকা কৰা হৈছে যি চলিত বিত্তীয় বৰ্ষত ৪.৩৯ লাখ কোটি টকা আছিল।

৫. চলিত বিত্তীয় বৰ্ষৰ বাবে ৰাজস্ব ঘাটি ৯.৫ শতাংশ থকাৰ অনুমান যি বাজেটৰ অনুমান ৩.৫ শতাংশতকৈ বহু বেছি।

৬. আগন্তুক বিত্তীয় বৰ্ষৰ বাবে ৰাজস্ব ঘাটি ৬.৮ শতাংশ হোৱাৰ সম্ভাৱনা।

চৰকাৰে ১২ লাখ কোটি টকাৰ ঋণ ল’ব।

৭. চৰকাৰে ২০২৫-২৬ লৈ ৰাজস্ব ঘাটি ৪.৫ শতাংশলৈ হ্ৰাস কৰাৰ দায়বদ্ধ।

৮. কৰ প্ৰস্তাৱঃ ৭৫ বছৰৰ ঊৰ্ধৰ জ্য়েষ্ঠ নাগৰিকৰ বাবে আইটিআ(কৰ ৰিটাৰ্ণ) আদায় কৰাটো বাধ্যতামূলক নহয়, বেংক টিডিএছ কৰ্তন কৰিব।

৯. আয়কৰৰ সম্বন্ধিত ঘটনাসমূহ পুনৰ খুলিবলৈ সময়সীমা আধা কৰি ৩ বছৰ কৰা হৈছে।

গম্ভীৰ প্ৰৱঞ্চনা ঘটনাসমূহৰ এইটো ১০ বছৰ।

১০. আয়কৰ উভতাই দিয়া লোকৰ সংখ্যা বৃদ্ধি হৈ ২০২০ত ৬.৪৮ কোটি টকা হৈছে যি ২০১৪ত ৩.৩১ কোটি আছিল।

১১. সোণ, ৰূপ ডোৰ বাৰ (সোণ আৰু ৰূপৰ মিশ্ৰিত ধাতু)ত Agricultural infrastructure cess ২.৫ শতাংশ, আপেলত ৩৫ শতাংশ লগোৱা হৈছে।

১২. বাজেটত কাবুলী বুটত ৩০ শতাংশ, মটৰত ১০ শতাংশ, বেংগলী বুটত ৫০ শতাংশ, মচুৰ দাইলত ২০ শতাংশ, কঁপাহত ৫ শতাংশ Agricultural infrastructure cess।

পেট্ৰ’লত ২.৫ টকা প্ৰতিলিটাৰত আৰু ডিজেলত ৪ টকা উপকৰ ধাৰ্য কৰা হৈছে।

১৩. নতুন কৃষি আন্তঃগাঁঠনি বিকাশ উপকৰ ২ ফেব্ৰুৱাৰীৰ পৰা বলবৎ হ’ব।

১৪. কৰ বিভাগে প্ৰৱাসী ভাৰতীয়সকলক দ্বিগুণ কৰৰ পৰা হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ নিয়মসমূহ অধিসূচিত কৰিব।

ষ্টাৰ্টআপৰ বাবে অৱকাশ, পুঁজিগত-লাভ কৰ ৰেহাই এবছৰৰ বাবে বৃদ্ধি কৰিছে।

বিমান লীজত দিয়া কোম্পানীসমূহ, প্ৰৱাসী শ্ৰমিসকলৰ বাবে অধিসূচিত সুলভমূল্যৰ ঘৰৰ বাবে কৰ ৰেহাই।

১৫. সুলভমূল্যৰ ঘৰৰ বাবে সুত আদায়ত ১.৫ লাখ টকাৰ ৰেহাই এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে।

১৬. ডিজিটেলভাৱে নিজৰ প্ৰায়ভাগ কাম কৰা কোম্পানীসমূহৰ বাবে কৰ অডিটৰ ৰেহাইৰ সীমা দূগুণ কৰি ১০ কোটি টকা কৰা হৈছে।

১৭. সীমা শুল্কত পুৰণি ৪০০ ৰেহাইৰ সমীক্ষাৰ প্ৰস্তাৱ, অক্টোবৰ ২০২১ৰ পৰা এই সন্দৰ্ভত গভীৰভাৱে বিচাৰ কৰা হ’ব।

১৮. বাহনসমূহৰ কিছুমান অংশ, সৌৰ সঁজুলিত সীমা শুল্ক বৃ্দ্ধি কৰা হৈছে।

১৯. আৱণ্টন আৰু সংস্কাৰঃ বীমা ক্ষেত্ৰত FDI ৪৯ শতাংশৰ পৰা বৃদ্ধি হৈ ৭৪ শতাংশ কৰা হৈছে।

২০. ১.৭৫ লাখ কোটিৰ বিনিয়োগ লক্ষ্য ধাৰ্য কৰা হৈছে।

২১. যিসমূহ কোম্পানীসমূহৰ বিনিয়োগ কৰা হ’ব, বিপিচিএল, আইডিবিআই বেংক, ২টা ৰাজহুৱা বেংক তথা বীমা কোম্পানী অন্তৰ্ভুক্ত কৰা হৈছে।

আগন্তুক বিত্তীয় বৰ্ষত ৰাজহুৱা ক্ষেত্ৰৰ বেংকসমূহত ২০,০০০ কোটি টকাৰ পুঁজি বিনিয়োগ কৰা হ’ব।

বাজেটত ৬৪,১৮০ কোটি টকাৰ আৱণ্টনৰ সৈতে আত্মনিৰ্ভৰ স্বাস্থ্য অনুষ্ঠান আৰম্ভ কৰা হৈছে।

Photo: Google

Tags: 2021-22 Budget২০২১-২২ বাজেটNirmala Sitharamanনিৰ্মলা সীতাৰমণ
Previous Post

NESAC আৰু ASSTC মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

Next Post

এইবাৰ কোনো শৰ্মা, কলিতা নাথাকিব..তেওঁলোকৰ সৈতে এইবাৰ থাকিব অবৈধ বাংলাদেশীঃ লুৰীণজ্যোতি গগৈ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Lurinjyoti-Gogoi

এইবাৰ কোনো শৰ্মা, কলিতা নাথাকিব..তেওঁলোকৰ সৈতে এইবাৰ থাকিব অবৈধ বাংলাদেশীঃ লুৰীণজ্যোতি গগৈ

sarbananda sonowal

প্ৰজ্ঞান ভাৰতী আঁচনি আৰু ভাষা গৌৰৱ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

প্ৰসংগঃ কেন্দ্ৰীয় বাজেট;  শাসক-বিৰোধী পক্ষ দুই মেৰুত অৱস্থান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8