• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
September 9, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা
Share on FacebookShare on Twitter

নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ঘোষণা কৰিছে যে, অহা ৪ অক্টোবৰত ৰাজ্যসভাৰ খালী হৈ থকা ৭ খন আসনৰ ভিত্তিত অসমৰ পৰা খালী থকা ১ খন আসনৰ বাবে অনুষ্ঠিত হ’ব উপনিৰ্বাচন।

আনবোৰ আসনৰ ভিতৰত আছে, তামিলনাডুৰ পৰা দুখন আসন আৰু পশ্চিম বংগ, মধ্য প্ৰদেশ, পুডুচেৰী আৰু মহাৰাষ্ট্ৰৰ পৰা আছে এখনকৈ আসন।

জানিব পৰা মতে, পশ্চিম বংগ, অসম, তামিলনাডু আৰু মধ্য প্ৰদেশৰ সদস্যসকলৰ পদত্যাগৰ পিছত ৰাজ্যসভাৰ মুঠ ছয়খনকৈ আসনৰ ভিতৰত পাঁচখন আসন খালী হৈ পৰে।

এই আসন সমূহৰ ভিতৰত অসমৰ আসনখন পূৰ কৰিবলৈ, নিৰ্বাচন আয়োগে অহা ৪ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ থিৰাং কৰে। ১৫ ছেপ্তেম্বৰত জাৰি কৰা হ’ব নিৰ্বাচনৰ অধিসূচনা। প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৭ ছেপ্তেম্বৰত। ৪ অক্টোবৰত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটদান।

Tags: BJPElection Commission
Previous Post

নিমাওমাও নিমাতী ঘাটঃ ভয়ংকৰ ফেৰী দুৰ্ঘটনা

Next Post

নিমাতীঘাটৰ নাও দুৰ্ঘটনাকলৈ জুবিন গাৰ্গৰ ক্ষোভ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিমাতীঘাটৰ নাও দুৰ্ঘটনাকলৈ জুবিন গাৰ্গৰ ক্ষোভ

নিমাতীঘাটৰ নাও দুৰ্ঘটনাকলৈ জুবিন গাৰ্গৰ ক্ষোভ

মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব প্ৰিয়ংকা টিব্ৰুৱেল

মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ'ব প্ৰিয়ংকা টিব্ৰুৱেল

আহি আছে বলীউড ছবি “ময়দান”

আহি আছে বলীউড ছবি "ময়দান"

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8