• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বুধবাৰে অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ বৈঠক !

তৃতীয় বাৰৰ বাবে দিছপুৰৰ বাহিৰত মুখ্যমন্ত্ৰীৰ বৈঠক

নিউজ ডেস্ক by নিউজ ডেস্ক
January 19, 2022
in সংবাদ, অসম
1 min read
0
বুধবাৰে অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ বৈঠক !
Share on FacebookShare on Twitter

বুধবাৰে পাহাৰীয়া ঐতিহাসিক ডিমা হাছাও জিলাৰ হাফলং চহৰত অনুষ্ঠিত হ’ব ২০২২ বৰ্ষৰ কেবিনেট বৈঠক । ইতিমধ্যে সাজু হৈ উঠিছে হাফলংবাসী ৷ দিনৰ ২.৩০ বজাৰ পৰা ডিমা হাছাওৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠক ৷
এই কেবিনেট বৈঠকৰ বাবে আটকধুনীয়াকৈ তোলা হৈছে ডিমা হাছাওৰ সদৰ চহৰ হাফলং । মঙলবাৰে নিশা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শক্তিমন্ত্ৰী বিমল বৰা, পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী যোগেন মহন, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আদিকে ধৰি বহু মন্ত্ৰী উপস্থিত হৈছে হাফলঙত ৷
উল্লেখ যে, দিছপুৰৰ বাহিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এইখন তৃতীয় কেবিনেট বৈঠক ৷
আনআজি অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ ক’ভিড পৰিস্থিতি সম্পৰ্কে কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ আনহাতে, বুধবাৰে পুৱা হেলিকপ্টাৰেৰে লংকাত উপস্থিত হৈ লংকাৰ পৰা পথেৰে প্ৰায় ১.৩০ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হাফলঙত উপস্থিত হ’ব ৷
বুধবাৰে অনুষ্ঠিত হ’ব লগা এই কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ ক’ভিড পৰিস্থিতি সম্পৰ্কে কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

Previous Post

২৪ ঘণ্টাত দেশত ২লাখ ৮৩ হাজাৰ ক’ৰোনাত আক্ৰান্ত

Next Post

ক্ৰিকেটাৰৰ ৰূপত বিকি কৌশল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক্ৰিকেটাৰৰ ৰূপত বিকি কৌশল

ক্ৰিকেটাৰৰ ৰূপত বিকি কৌশল

দল বাগৰাৰ ৰাজনীতিঃ বিজেপিত যোগদান মোলায়েম সিং যাদৱৰ বোৱাৰীৰ

দল বাগৰাৰ ৰাজনীতিঃ বিজেপিত যোগদান মোলায়েম সিং যাদৱৰ বোৱাৰীৰ

মহানগৰীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত ক’ভিডত

মহানগৰীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত ক'ভিডত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8