প্ৰসংগ এটা, টুইট মিলিয়ন টা! মেট্ৰিক আৰু HS পৰীক্ষা বাতিল কৰক টুইটাৰত কেম্পেইন ছাত্ৰ-ছাত্ৰীৰ। ছচিয়েল মিডিয়া প্লেটফৰ্মত বিশেষভাৱে টুইটাৰত ছাত্ৰ-ছাত্ৰীৰ এটা হেছটেগ ব্যৱহৃত টুইট #CancelAssamBoardExams ।
কিন্তু টুইটাৰত কিয় ট্ৰেণ্ডিং হৈ পৰিছে এই হেছটেগ ব্যৱহৃত টুইটটো? প্ৰায় ১ মিলিয়ন ছাত্ৰ-ছাত্ৰীয়ে কৰিছে এই টুইট। ৰাজ্য়ৰ শিক্ষাৰ্থীসকলৰ লগতে ছাত্ৰ সংগঠনসমূহৰো এটা ডিমাণ্ড কিয় ক’ৰোনা মহামাৰীৰ মাজত ছেবাই অনুষ্ঠিত কৰিব উলিয়াইছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা?
কিন্তু অন্য ৰাজ্যৰ শিক্ষা ব’ৰ্ডসমূহৰ দৰে কিয় HSLC আৰু HS পৰীক্ষা বাতিল কৰিব নোৱাৰে ৰাজ্যৰ ব’ৰ্ডে? এফালে ১ মিলিয়ন টুইটৰ পিছতো কিন্তু গুৰুত্ব নাই শিক্ষামন্ত্ৰীৰ? টুইটাৰত শিক্ষা মন্ত্ৰীলৈ প্ৰশ্ন অৱেশষত 1M পাৰ হ’ল শিক্ষা মন্ত্ৰী ডাঙৰীয়া। আপুনি যদি শিক্ষা মন্ত্ৰীৰ দায়িত্ব পালন কৰিব নোৱাৰে বাদ দিয়ক।