প্ৰসংগ এটা, টুইট মিলিয়ন টা! মেট্ৰিক আৰু HS পৰীক্ষা বাতিল কৰক টুইটাৰত কেম্পেইন ছাত্ৰ-ছাত্ৰীৰ। ছচিয়েল মিডিয়া প্লেটফৰ্মত বিশেষভাৱে টুইটাৰত ছাত্ৰ-ছাত্ৰীৰ এটা হেছটেগ ব্যৱহৃত টুইট #CancelAssamBoardExams । কিন্তু টুইটাৰত কিয় ট্ৰেণ্ডিং হৈ পৰিছে এই হেছটেগ ব্যৱহৃত টুইটটো? প্ৰায় ১ মিলিয়ন ছাত্ৰ-ছাত্ৰীয়ে কৰিছে এই টুইট।
ৰাজ্য়ৰ শিক্ষাৰ্থীসকলৰ লগতে ছাত্ৰ সংগঠনসমূহৰো এটা ডিমাণ্ড কিয় ক’ৰোনা মহামাৰীৰ মাজত ছেবাই অনুষ্ঠিত কৰিব উলিয়াইছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা? কিন্তু অন্য ৰাজ্যৰ শিক্ষা ব’ৰ্ডসমূহৰ দৰে কিয় HSLC আৰু HS পৰীক্ষা বাতিল কৰিব নোৱাৰে ৰাজ্যৰ ব’ৰ্ডে? এফালে ১ মিলিয়ন টুইটৰ পিছতো কিন্তু গুৰুত্ব নাই শিক্ষামন্ত্ৰীৰ? টুইটাৰত শিক্ষা মন্ত্ৰীলৈ প্ৰশ্ন অৱেশষত 1M পাৰ হ’ল শিক্ষা মন্ত্ৰী ডাঙৰীয়া। আপুনি যদি শিক্ষা মন্ত্ৰীৰ দায়িত্ব পালন কৰিব নোৱাৰে বাদ দিয়ক।
Students are the future of our state, our country. If they fall prey to the deadly virus #COVID19, and lose their lives, how can we develop our state? Our state has no future without the students. Cancel SEBA/AHSEC exams immediately ! #CancelAssamBoardExams pic.twitter.com/bnwqdYFBXd
— NSUI Assam (@NSUIAssam) June 6, 2021
The delay in the decision-making process is also causing mental distress to the students,who are facing health issues alongwith their parents due to #COVID19.Cancel AHSEC/SEBA exams immediately otherwise activists of @NSUIAssam will be on streets to protest #CancelAssamBoardExams pic.twitter.com/KRs0oXQ8ki
— Anushesh Sharma (@anushesh_sharma) June 6, 2021
The students of other boards have already started preparing for entrance examinations but we AHSEC and SEBA students are still stuck in boards exam phase. @himantabiswa
#CancelAssamBoardExams @atanubhuyan#CancelAssamBoardExams pic.twitter.com/LeBl1MyM5a#CancelAssamBoardExams— Rahul (@Rahul89903550) June 6, 2021
The students of other boards have already started preparing for entrance examinations but we AHSEC and SEBA students are still stuck in boards exam phase. @himantabiswa
#CancelAssamBoardExams @atanubhuyan#CancelAssamBoardExams pic.twitter.com/LeBl1MyM5a#CancelAssamBoardExams— Rahul (@Rahul89903550) June 6, 2021
মাননীয় @ranojpegu ডাঙৰীয়া অৱশেষত 1M পাৰ হ'ল । হাজাৰ হাজাৰ ছাত্ৰ- ছাত্ৰী পৰীক্ষা বাতিলৰ দাবী কৰাৰ পিছটো আপুনি এতিয়ালৈ একো সিদ্ধান্ত দিব নোৱাৰিলে । আপুনি যদি এজন শিক্ষা মন্ত্ৰী হৈ একো সিদ্ধান্ত দিব নোৱাৰে কৈ দিয়াক ।#CancelAssamBordExams pic.twitter.com/EL6Sg4tGrl
— Prashanna Dutta (@PrashannaDutta) June 6, 2021
চৰকাৰেও এই সন্দৰ্ভত চিন্তা-চৰ্চা নকৰা নহয় ! ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে পৰীক্ষা নহলেও কিবা এটাৰ ভিত্তিত নম্বৰ দিবই লাগিব। CBSE ৰ নিচিনাকৈ অসমত internal assessment নাই, গতিকে অসুবিধা থকাৰ কথা হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল।
Photo: Google