• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লাহৰীঘাট থানাৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 23, 2022
in সংবাদ, অসম, ক্ৰাইম
1 min read
0
কিশোৰক অকথ্য নিৰ্যাতন চলোৱা SI বৰদলৈক নিলম্বন
Share on FacebookShare on Twitter

লাহৰীঘাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ। এটি ১৩ বছৰীয়া কিশোৰক বিস্কুট চোৰ কৰি খোৱাৰ অপৰাধত অতি নিৰ্মম আৰু নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল উপ-পৰিদৰ্শক উপেন্দ্ৰ বৰদলৈয়ে।

লাঘৰীঘাট আৰক্ষীয়ে জব্দ কৰা এখন বাহন থানা চৌহদত ৰখাই থোৱাৰ অৱস্থাতে কিশোৰটিয়ে বাহনখনৰ পৰা চোৰ কৰি বিস্কুট খাইছিল আৰু এই অপৰাধৰ বাবেই উপ-পৰিদৰ্শক উপেন্দ্ৰ বৰদলৈয়ে কিশোৰটিক থানাৰ ভিতৰলৈ নৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল।

এই ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু উপ-পৰিদৰ্শক উপেন্দ্ৰ চন্দ্ৰ বৰদলৈক নিলম্বন কৰা হৈছিল। এইগৰাকী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে গুৱাহাটীৰ পাণ্ডুৰ মানৱ অধিকাৰ কৰ্মী মনোজিত সিংহই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত এক গোচৰ ৰুজু কৰিছে। গোচৰ নম্বৰ হৈছে ১১০/৩/২৩/২০২২।

Previous Post

১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

Next Post

ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল কৌটি টকাৰ সম্পত্তি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল কৌটি টকাৰ সম্পত্তি

ভয়াৱহ অগ্নিকাণ্ডত জাহ গ'ল কৌটি টকাৰ সম্পত্তি

সমগ্ৰ কাজিৰঙাক ইক’ছেনচিটিভ জ’ন ঘোষণা

সমগ্ৰ কাজিৰঙাক ইক’ছেনচিটিভ জ’ন ঘোষণা

নিউজ বুলেটিন

নিউজ বুলেটিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8