- GMCৰ আয়ুক্ত দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্ত হিচাপে নিযুক্তি।
- GMCৰ আয়ুক্ত দায়িত্ব দিয়া হ’ল মেঘা নিধি দাহাল।
- পূৰ্বে শিৱসাগৰ জিলাৰ উপায়ুক্ত আছিল দাহাল।
- গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক বদলি।
- বৰুৱাক অসম চৰকাৰৰ যুটীয়া সচিব হিচাপে বদলি।
- আদিত্য বিক্ৰম যাদৱক শিৱসাগৰৰ উপায়ুক্ত হিচাপে নিযুক্তি।
- মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক বদলি।
- অসম চৰকাৰৰ হাউচিং আৰু নগৰ পৰিক্ৰমা বিভাগলৈ বদলি ঘৰফলীয়াক।
- IAS ড০ ছাদনেক সিঙক ওদালগুৰিৰ উপায়ুক্ত হিচাপে বদলি।
- ড০ পি উদয় পাৰবিনক গোলাঘাটৰ উপায়ুক্ত হিচাপে বদলি।