• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কঠোৰ হ’ব মহানগৰৰ প্ৰশাসন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2021
in সংবাদ, গুৱাহাটী
1 min read
0
নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কঠোৰ হ’ব মহানগৰৰ প্ৰশাসন
Share on FacebookShare on Twitter

নৱবৰ্ষ উদযাপনৰ নামত যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত নহয় সেই উদ্দেশ্য আগত ৰাখি আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পৰিবহণ বিভাগ আৰু জিলা আৱকাৰী বিভাগৰ বিষয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। এই সভাতেই অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে জনায় যে, অহা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত প্ৰশাসনৰ প্ৰায় সকলো বিষয়া জিলাখনৰ নিৰীক্ষণ কাৰ্যত নিয়োজিত থাকিব।
যান- বাহন আইন উলংঘনকাৰী, বিশেষকৈ মদ্যপান কৰি যাতে কোনো চালকে বাহন চলাব নোৱাৰে তাৰবাবে বিশেষ পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সভাখনত।
তদুপৰি একোজনকৈ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত মহানগৰৰ বিভিন্ন প্ৰান্তত নিৰীক্ষণকাৰী দল গঠন কৰি দিয়া হ’ব।
অ’লা, উবেৰ চালকৰ লগতে বনভোজ দলৰ গাড়ী চালক সকলকৰ প্ৰতিও বিশেষ নজৰ দিয়া হ’ব বুলি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকাই জনোৱাৰ লগতে নিৰীক্ষণকাৰী দলসমূহক নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈও আহ্বান জনায়।

Previous Post

প্ৰধানমন্ত্ৰীৰ বাবে ১২ কোটি টকীয়া বিলাসী বাহন

Next Post

আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থ মেলা

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থ মেলা

আজিৰে পৰা আৰম্ভ হ'ল অসম গ্ৰন্থ মেলা

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

অমিক্ৰনৰ লগতে ডেল্টা ভেৰিয়েণ্টেও বঢ়াইছে আতংক

অমিক্ৰনৰ লগতে ডেল্টা ভেৰিয়েণ্টেও বঢ়াইছে আতংক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8