• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চিটিবাছত হ’ব ই-টিকেটিং ব্যৱস্থা, নিয়ন্ত্ৰণ হ’ব মহানগৰীৰ চিটিবাছৰ ভাড়া!

কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ সভা

নিউজ ডেস্ক by নিউজ ডেস্ক
July 9, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
চিটিবাছত হ’ব ই-টিকেটিং ব্যৱস্থা, নিয়ন্ত্ৰণ হ’ব মহানগৰীৰ চিটিবাছৰ ভাড়া!
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ব’ৰ্ডৰ এখনি গুৰুত্বপূৰ্ণ সভা শুকুৰবাবে মহানগৰ জিলা উপায়ুক্তৰ সভা-কক্ষত অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সভাপতি পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহানগৰৰ বিভিন্ন পথত চলাচল কৰা চিটিবাছ সমূহৰ ভাড়া নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰা, ই-টিকেটিং ব্যৱস্থা, মহামান্য উচ্চতম ন্যায়ালয়ে স্কুল বাছসমূহৰ ক্ষেত্ৰত আৰোপ কৰা নিৰ্দেশনাৰ সঠিক প্ৰয়োগ, ব্যৱসায়িক বাহন অ’লা উবেৰৰ ভাড়া নিৰ্ধাৰণ আৰু যাত্ৰীৰ প্ৰতি অশুভ আচৰণ তথা উৎপীড়ন বন্ধ কৰা, মেট্ৰ চেয়াৰ টেক্সি পাথৰ কোৱাৰিৰ পৰা আমচিং যোৰাবাট হৈ ডিগাৰু-সোনাপুৰলৈকে আৰু পাথৰ কোৱাৰিৰ পৰা আজাৰাৰ গধূলি বজাৰলৈকে চলাচল কৰা, অতি সোনকালে চিটিবাছ আস্থানসমূহত আস্থানৰ নামফলক লগোৱাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিশদ আলোচনা কৰি বিষয়সমূহৰ কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়।

সভাত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, পৰিবহণ বিষয়া (প্ৰবৰ্তক শাখা) হিমাংশু কুমাৰ দাস, এচিপি ট্ৰেফিক ড° অনুপ জ্যোতি বৰা, জনসংযোগ বিষয়া মনিমালা গগৈ, চিটিবাছ সন্থাসমূহৰ সভাপতি-সম্পাদক আৰু বিষয়ববীয়াসকল ক্ৰমে পুলক গোস্বামী, বিপুল কলিতা, হৰেন ডেকা, দিননাথ ভট্টাচাৰ্য, মৃদুল বৈশ্য আদিকে ধৰি কেইবাগৰাকীও প্ৰৱৰ্তক পৰিদৰ্শক উপস্থিত থাকে। উল্লেখিত বিষয়সমূহত আলোচনাৰ অন্তত সভাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাসক বিষয়সমূহৰ দ্ৰুত সমাধানৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে৷

Previous Post

ছিনজো আবেৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

Next Post

মণিপুৰত মৃত্যু হোৱা ৰেলৱেৰ তিনি অভিযন্তাক মৰণোত্তৰভাবে সন্মানিত কৰাৰ দাবী!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
মণিপুৰত মৃত্যু হোৱা ৰেলৱেৰ তিনি অভিযন্তাক মৰণোত্তৰভাবে সন্মানিত কৰাৰ দাবী!

মণিপুৰত মৃত্যু হোৱা ৰেলৱেৰ তিনি অভিযন্তাক মৰণোত্তৰভাবে সন্মানিত কৰাৰ দাবী!

আজিৰে পৰা পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভ

অমৰনাথত ভয়ংকৰ ডাৱৰ বিস্ফোৰণত নিহত ৫ তীৰ্থযাত্ৰী

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8