• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মুখ্যমন্ত্ৰীৰ বিশেষ বন্ধৰ ঘোষণাঃ বৃদ্ধ পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ

Leena Gogoi by Leena Gogoi
January 4, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
মুখ্যমন্ত্ৰীৰ বিশেষ বন্ধৰ ঘোষণাঃ বৃদ্ধ পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ
Share on FacebookShare on Twitter

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিশেষ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী চাকৰিয়ালসকলক ২০২২চনৰ জানুৱাৰী ৬ আৰু ৭ তাৰিখে বিশেষ বন্ধ দিয়াৰ ঘোষণা কৰিছিল। পৰিয়ালৰ সৈতে যাতে চৰকাৰী কৰ্মচাৰীসকলে সময় কটাব পাৰে তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
উল্লেখ্য যে, নৱবৰ্ষৰ এই বিশেষ বন্ধ ৬ আৰু ৭ তাৰিখৰ লগতে তেওঁলোকে চৰকাৰী নিয়মীয়া বন্ধ ৮ আৰু ৯ তাৰিখেও কাৰ্যালয়লৈ আহিব নালাগে। কিয়নো ৮ জানুৱাৰী দ্বিতীয়টো শনিবাৰ অৰ্থাৎ ছেকেণ্ড ছেটাৰডে’ আৰু ৯ তাৰিখ দেওবাৰ। অৰ্থাৎ একেলগে ৪টা দিন পৰিয়ালৰ সৈতে অতিবাহিত কৰিবলৈ সময় পাব তেওঁলোকে।
ঘোষণা কৰা জাননীখনত উল্লেখ কৰা আছে যে- অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৬ আৰু ৭ জানুৱাৰীত কেজুৱেল লীভ (বন্ধ) ল’ব পাৰিব। যাতে তেওঁলোকে পিতৃ-মাতৃ বা শহু-শাহুৰ সৈতে সময় অতিবাহিত কৰিব পাৰে। আন এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয় যে- বন্ধ দিন কেইটাত পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ ফটো দিয়াটো বাধ্যতামূলক। তেওঁ লগতে কয় যে- স্বাস্থ্য কৰ্মী, আৰক্ষী বা আনবোৰ জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলে আগন্তুক চাৰি মাহত পৰ্যায়ক্ৰমে এই বন্ধ লাভ কৰিবলৈ সক্ষম হ’ব।
উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত স্বাধীনতা দিৱসৰ দিনটোত ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক বছৰত এবাৰ অতিৰিক্ত সাত দিনৰ ছুটী দিয়াৰ বাবে সিদ্ধান্ত লৈছিল। কিন্তু পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰিব লাগিব বুলি এক চৰ্ত থাকিব। লগতে কৰ্মচাৰীসকলক তেওঁলোকৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ নপঠিয়াও বুলি সংকল্প ল’বলৈ কয়।

Previous Post

ৰাভা পাৰ্কত ৩১ জানুৱাৰীত ৰাভাৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত

Next Post

অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে অসমৰ মন্ত্ৰী পিযুষৰ বৈঠক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে অসমৰ মন্ত্ৰী পিযুষৰ বৈঠক

অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে অসমৰ মন্ত্ৰী পিযুষৰ বৈঠক

আই আই টি গুৱাহাটীত ক’ভিডৰ গণসংক্ৰমণ

আই আই টি গুৱাহাটীত ক'ভিডৰ গণসংক্ৰমণ

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক'ভিড আক্ৰান্তৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8