• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ড্ৰাইভিং লাইচেঞ্চ লাভৰ নতুন নিয়ম; অধিক জানিবলৈ ক্লিক কৰক…

Manoranjan Majumder by Manoranjan Majumder
February 8, 2021
in ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
nitin
Share on FacebookShare on Twitter

অতি শীঘ্ৰে দেশত প্ৰযোজ্য হ’বলৈ গৈ আছে ড্ৰাইভিং লাইচেন্স লাভৰ নতুন নিয়ম ।

এই নিয়ম অনুসৰি আপুনি নিদিলেও হ’ব গাড়ী চালনাৰ পৰীক্ষা। জানিব পৰা মতে, চৰকাৰে ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ ক্ষেত্ৰত গাড়ী চলোৱাৰ পৰীক্ষা দিয়া নিয়ম ৰাখিব বিচৰা নায়।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰা মতে, চৰকাৰে শীঘ্ৰে দেশত কেতবোৰ বিশেষ ড্ৰাইভিং প্ৰশিক্ষণ প্ৰতিষ্ঠানক অনুমোদিত প্ৰতিষ্ঠান হিচাপে স্বীকৃতি প্ৰদান কৰিব।

চৰকাৰে অনুমোদিত প্ৰশিক্ষণ প্ৰতিষ্ঠানে গাড়ী চালনাৰ শিক্ষাগ্ৰহণৰ অন্তত দিয়া প্ৰমাণ পত্ৰৰ ভিত্তিতে ড্ৰাইভিং লাইচেঞ্চ প্ৰদান কৰা হ’ব।

উল্লেখ্য, অনুমোদিত প্ৰতিষ্ঠানসমূহত সফলতাৰে গাড়ী চলোৱাৰ প্ৰশিক্ষণ লাভ কৰা সকলে পৰৱৰ্তী সময়ত ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাৰ বাবে গাড়ী চালনাৰ কোনো পৰীক্ষা দিব নালাগে।

ইয়াৰোপৰি জানিব দিয়ে যে, এগৰাকী লোকে গাড়ীচালনাৰ প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানত কমেও ২৯ ঘণ্টাৰ প্ৰশিক্ষণ ল’ব লাগিব।

Tags: Nitin Gadkariকেন্দ্ৰীয় পথ পৰিবহনড্ৰাইভিং লাইচেঞ্চ
Previous Post

অন্য যুৱতীৰ পৰ্ণ ভিডিঅ’ বনাই নিজৰ ৱেবচাইটত আপলোড কৰে অভিনেত্ৰী গেহনা বশিষ্ঠই !

Next Post

খাকী পোছাকত কয়লাৰ দাগ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
খাকী পোছাকত কয়লাৰ দাগ

খাকী পোছাকত কয়লাৰ দাগ

twitter

পুনৰ ১,২০০টা টুইটাৰ একাউণ্ট বন্ধ...

Alfa

মোৰ স্বামীক মুকলি কৰি দিয়ক, নহ’লে আমাকো মাৰি পেলাওক; আলফা স্বাধীনলৈ কাতৰ আহ্বান এগৰাকী মহিলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8