• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
June 26, 2022
in সংবাদ, অসম, গুৱাহাটী, শিক্ষা
1 min read
0
সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি
Share on FacebookShare on Twitter

অসমৰ একমাত্ৰ আইন ছাত্ৰ সংগঠন সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন আৰু বিষয় বাচনি সভাখনি শনিবাৰে মহানগৰীৰ দিছপুৰ লাষ্টগেটস্থিত পি:ডব্লিউ:ডি সন্মিলন ও প্ৰশিক্ষন কেন্দ্ৰত অনুষ্ঠিত হয়। অসমৰ আইন শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰৰ অধিকাৰ আৰু অসমৰ জাতীয় সমস্যাৰ হৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহা অসমৰ আইন সংগঠনটোৰ কেন্দ্ৰীয় অধিবেশনত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে অসমৰ কেইবাজনো জেষ্ঠ অধিবক্তা, দিশপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষাৰ লগতে অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ প্ৰতিনিধি আৰু জিলা আৰু শাখা সমিতি সমূহৰ অংশগ্ৰহনেৰে এক গাম্ভীৰ্যপুৰ্ন অনুষ্ঠান অনুষ্ঠিত হয়।

সভাৰ বিষয়বাচনি সভাত মূখ্য উপদেষ্টা ৰূপে দেৱাশীষ মেধি, চামচুল হক,কেন্দ্ৰীয় সভাপতি হিচাপে সঞ্জীৱ বৰা, উপ সভাপতি ক্ৰমে মৃন্ময় কলিতা, আব্দুল হুদা,কাৰ্যকৰী সভাপতি হিচাপে চম্পক কাকতি আৰু প্ৰিন্স দত্তক আৰু সাধাৰন সম্পাদক নাজিম আহমেদৰ লগতে মুখপাত্ৰ হিচাপে অনিন্দিতা দাসক দায়িত্ব অৰ্পন কৰি মুঠ ২৮ জনীয়া কেন্দ্ৰীয় সমিতি গঠন কৰা হয়।

Previous Post

ৰঞ্জীত চেম্পিয়ন মধ্যপ্ৰদেশ

Next Post

এথলেটিকছৰ কাৰিকৰী প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এথলেটিকছৰ কাৰিকৰী প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

এথলেটিকছৰ কাৰিকৰী প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বানাক্ৰান্তক খাদ্য সামগ্ৰী আৰু বিনামূলীয়া ঔষধ প্ৰদান

বানাক্ৰান্তক খাদ্য সামগ্ৰী আৰু বিনামূলীয়া ঔষধ প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8