• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে ক্ষতি হ’ল নেকি কংগ্ৰেছ মহাজোঁটৰ?

Manoranjan Majumder by Manoranjan Majumder
May 4, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে ক্ষতি হ’ল নেকি কংগ্ৰেছ মহাজোঁটৰ?
Share on FacebookShare on Twitter

অসমত ইতিমধ্যে সমাপ্ত হৈছে চলিত বৰ্ষৰ অসম বিধানসভা নিৰ্বাচন।

এই বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নেতৃত্বধীন মিত্ৰজোঁটে লাভ কৰে মুঠ ৭৪ খন আসন আৰু কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে ৫০ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

নিৰ্বাচনৰ ফলাফলৰ পিছতে কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে জনাই যে,

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে এইবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ ক্ষতি হৈছে।

আৰু এই আঞ্চলিক দলৰ পৰা বিজেপি মিত্ৰজোঁটৰ লাভ হৈছে বুলি জানিবলৈ দিছে কংগ্ৰেছ মহাজোঁটে।

এইবেলি অসম বিধানসভা নিৰ্বাচনত তীব্র প্ৰতিদ্বন্দ্বিতাৰ পিছত বিজেপি নেতৃত্বধীন মিত্ৰজোঁটৰ হাতত ধৰাশায়ী হোৱা কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে বিৰোধী পক্ষত বহিয়েই ৰাইজৰ হকে সেৱা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

এইফালে কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জনাইছে যে বিৰোধী পক্ষত থাকিয়ে কংগ্ৰেছে নতুনকৈ গঠন হোৱা চৰকাৰখনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব।

অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায়ে সেৱা আগবঢ়াব কংগ্ৰেছ দলে।

কংগ্ৰেছ দলৰ নেতা ৰকিবুল হুছেইনে জনাইছে যে এইবাৰ বিধানসভাত কংগ্ৰেছে সকলো গঠনমূলক ভূমিকা পালন কৰিব।

লগতে সাংসদ গৌৰৱ গগৈয়ে জনাই যে কংগ্ৰেছৰ লগতে মহাজোঁটত থকা আন দলেও বিৰোধী পক্ষত থাকিলেও সদায় ৰাইজৰ সেৱা আগবঢ়াই যাব।

এইখিনিতে কিছু প্ৰশ্নৰ উদয় হৈছে অসম জাতীয় পৰিয়দ আৰু ৰাইজৰ দলৰ বাবে কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ ক্ষতি হৈছে নে AIUDF ৰ সৈতে কৰা মহাজোঁট বন্ধনৰ বাবে ক্ষতি হৈছে কংগ্ৰেছৰ দলৰ?

নিৰ্বাচনৰ ফলাফলৰ আগমুহূৰ্তলৈ অধিক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দম্ভালি মাৰি থকা কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে নিৰ্বাচনৰ ফলাফলত পৰাজয় বৰণ কৰাৰ পিছত কিয় আঞ্চলিক দলক পৰাজয়ৰ কাৰণ বুলি দোষী সাব্যস্ত কৰিছে?

আচলতে AIUDF ৰে মিত্ৰতা স্থাপন কৰাৰ পিছতে উজনি অসমৰ খিলঞ্জীয়া ভোটাৰ সকলে প্ৰত্যাখ্যান কৰিছিল কংগ্ৰেছ দলক।

এই মিত্ৰতাৰ বাবে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে প্ৰদান কৰা ৫টা গেৰাণ্টিক বিশ্বাসত নল’লে অসমবাসী ৰাইজে।

যাৰ ফলত পূৰ্বতে জয়লাভ কৰা শিৱসাগৰ,গোলাঘাট, সৰুপথাৰ আদিত নিজৰ আসন হেৰুৱাবলগীয়া হয় কংগ্ৰেছে।

সেইবাবেই কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে নিজৰ পৰাজয়ত দোষাৰোপ কৰিছে আঞ্চলিক দল কেইটাক।

আনহাতে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে নামনি অসম আৰু বৰাক উপত্যকাতহে লাভৱান্বিত হোৱা পৰিলক্ষিত হ’ল।

এইবাৰৰ নিৰ্বাচনী ফলাফলে স্পষ্ট কৰিলে যে ৰাইজৰ আশা আকাংক্ষা আৰু বিশ্বাসক কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে স্পৰ্শ কৰিব নোৱাৰিলে।

সেয়েহে এইবাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে প্ৰদান কৰা এই প্ৰতিশ্ৰুতিক বিশ্বাসত ল’ব পাৰিব নে অসমবাসী?

আগন্তুক দিনত সকলো দৃষ্টিগোচৰ হ’ব অসমবাসী ৰাইজৰ।

Photo Credtit : Google

Tags: AIUDFassam pradesh congressBJPঅসম জাতীয় পৰিষদৰাইজৰ দল
Previous Post

সান্ধ্য আইনৰ সময়সীমা বৃদ্ধিঃ ৬ বজাৰ পৰা সান্ধ্য আইন; ২ বজাৰ পৰা বন্ধ কৰিব লাগিব দোকান-পোহাৰ

Next Post

ক’ৰোনাতংক! ক’ৰোনাত মৃত্যু SBI বিষয়াৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক’ৰোনাতংক! ক’ৰোনাত মৃত্যু SBI বিষয়াৰ

ক'ৰোনাতংক! ক'ৰোনাত মৃত্যু SBI বিষয়াৰ

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জনাইছে লকডাউনৰ দাবী

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জনাইছে লকডাউনৰ দাবী

ক’ৰোনা সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ক'ৰোনা সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8