• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মভূমি সম্বলপুৰৰ সাধনা গৃহৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 23, 2023
in সংবাদ, অসম
1 min read
0
লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মভূমি সম্বলপুৰৰ সাধনা গৃহৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ
Share on FacebookShare on Twitter

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ একালৰ কৰ্মভূমি ওড়িশাৰ সম্বলপুৰত থকা ঐতিহ্যবাণী বাসভৱন চৌহদৰ পুৰণি বাস ভৱনটোৰ ঐতিহ্য অটুত ৰাখি পুনৰ নিৰ্মাণ কৰা সাধনাগৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ হৈছে। গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু ওড়িশা চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে। এই মন্তব্য সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা, বিশিষ্ট সাংবাদিক আৰু সম্বলপুৰ প্ৰেছ ক্লাবৰ সভাপতি দীপক কুমাৰ পাণ্ডাৰ।

অলপতে গুৱাহাটী প্ৰেছ ক্লাবত সমিতিৰ উদ্যোগত অনুষ্ঠিত এক সংবাদ মেলত ভাগ লৈ এই মন্তব্য কৰে। দীপক কুমাৰ পাণ্ডাই। সংবাদ মেলত দীপক কুমাৰ পাণ্ডাই কয় সম্বলপুৰৰ সাহিত্যৰথীৰ ঐতিহ্যবাহী বাসভৱনটোৱে অসম আৰু ওড়িশাৰ মাজত পাৰম্পৰিক সম্পৰ্কৰ এনাজৰীদাল অধিক সুদৃঢ় কৰিব। ২০১৭ চনত সাহিত্যৰথীৰ স্মৃতি বিজড়িত বাসভৱনটো সংৰক্ষণৰ বাবে গঠন কৰা স্মৃতি ৰক্ষা সমিতিয়ে অসম আৰু ওড়িশা চৰকাৰ উভয়কে বাসভৱনটো সংৰক্ষণৰ বাবে আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি দুয়োখন ৰাজ্য চৰকাৰে ইতিবাচক সহাৰি দিছিল। ২০১৯-২০ চনত বাসগৃহ চৌহদ পুনৰ নিৰ্ধাৰণৰ বাবে ওড়িশা চৰকাৰে ৫৫ লাখ টকা আৰু অসম চৰকাৰে ৫০ লাখ আগবঢ়াই। ক’ভিড কেন্দ্রীক পৰিস্থিতি আৰু প্ৰবল বৰষুণৰ বাবে পুনৰ নিৰ্মাণৰ কাম দুটা বছৰ পিছুৱাই যায় যদিও প্রায় ৭৯.৬৬ লাখ টকা ব্যয়ৰে সাধনা গৃহৰ নিৰ্মাণ কাৰ্যৰ সম্পূৰ্ণ হয়। ২০৩৭ বৰ্গফুটৰ চাৰিটা কোঠালীৰ গৃহটোৰ প্ৰথমটো কোঠাত সাহিত্যৰথীৰ এটা আবক্ষ মূৰ্তি, দ্বিতীয়টোত এটা গ্রন্থাগাৰ, তৃতীয়টোত এটা সভাগৃহ আৰু চতুৰ্থটোত এটা কাৰ্যালয় স্থাপন কৰা হৈছে। কিন্তু ঐতিহ্যবাহী বাসভবন চৌহদৰ মাজেৰে মহানদী সংযোগী দলঙকে ধৰি তিনিটা পথ নিৰ্মাণ কৰিবলগীয়া হোৱা বাবে এতিয়া বিপৰীত দিশত ৰৈ যোৱা মাটিখিনীত ৪,৭৩৬ বৰ্গফুটৰ বাসভৱনটো নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াত প্রায় এক কোটি টকাৰ প্ৰয়োজন হ’ব।

ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৪৭ লাখ টকাৰ অনুদান আগবঢ়াব বুলি জানিব পাৰিছো আৰু ইয়াৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো। আনহাতে প্রস্তাবিত বাসভবনটোৰ লগতে নৱনির্মিত সাধনা গৃহটোৰ সন্মুখত সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ওড়িশা পৰ্যটন উন্নয়ন নিগমে সম্বলপুৰ জিলা প্ৰশাসনৰ সহযোগত আঁচনি গ্ৰহণ কৰিছে বুলি দীপক কুমাৰ পাণ্ডাই সদৰি কৰে সমিতিৰ প্ৰচাৰ বিভাগৰ দায়িত্বত থকা মণি মহন্তই আঁত ধৰা সংবাদ মেলখনত সমিতিৰ সভাপতি প্রদ্যুৎ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক ৰণ্ট ডেকা, সহকাৰী সম্পাদক কমলেন্দ্ৰ ভৰালী, সাংস্কৃতিক সম্পাদক গোপাল জালানকে ধৰি কেবাজনো কর্মকর্তা উপস্থিত থাকে।

Previous Post

গুৱাহাটী আৰ্টিষ্ট গীল্ডত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ ৱেবছাইট উন্মোচন

Next Post

১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ

১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ

সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ

সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ

ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন

ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8