• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মালিগাঁৱত এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ অধিৱেশন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in সংবাদ, অসম
1 min read
0
মালিগাঁৱত এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ অধিৱেশন
Share on FacebookShare on Twitter

উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্রমিক – কৰ্মচাৰী সকলৰ প্ৰাপ্য অধিকাৰৰ হকে জন্ম লগ্নৰে পৰা মাত মাতি অহা অন্যতম ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়ন”ৰ নিৰ্মাণ শাখাৰ প্ৰথম দ্বিবার্ষিক অধিৱেশনখন অহা ১৬ ডিচেম্বৰত মালিগাঁৱৰ ৰং ভৱনত অনুষ্ঠিত হ’ব। নিৰ্মাণ শাখাৰ সভাপতি মিলন মোহন দেউৰী আৰু সম্পাদক টংকেশ্বৰ দাসে এক বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা পুৱা ৯.৩০ বজাত পতাকা উত্তোলনৰে অধিৱেশনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব।

দিনৰ ১০.৩০ বজাৰ পৰা অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্রবন্ধক অংশুল গুপ্তা আৰু নিৰ্দিষ্ট বক্তা হিচাপে এন এফ আই আঁৰৰ যুটীয়া সম্পাদক তথা ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া উপস্থিত থাকিব। সভাত অধিবেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকাখন উন্মোচন কৰা হব। সন্ধিয়া ৫ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

Previous Post

সুকলমে উভতিল NASAৰ অৰায়ন কেপছুল

Next Post

ভুক্তভোগী পৰিয়ালক শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পশ্চিম গুৱাহাটীৰ বিধায়কৰ অনুৰোধ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভুক্তভোগী পৰিয়ালক শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পশ্চিম গুৱাহাটীৰ বিধায়কৰ অনুৰোধ

ভুক্তভোগী পৰিয়ালক শীঘ্ৰে গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পশ্চিম গুৱাহাটীৰ বিধায়কৰ অনুৰোধ

কালমণি নৈত পুনৰ জাৱৰ -যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

কালমণি নৈত পুনৰ জাৱৰ -যোথৰ, আৱৰ্জনা পেলাই ধ্বংসৰ চেষ্টা একাংশৰ

লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8