• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শ্বহীদ উদ্যানৰ মাজেৰে দীপৰ বিললৈ বৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত পানী

২৬ জুনত পশ্চিম বৰাগাঁওত ডাম্পিং গ্রাউণ্ড বন্ধৰ দাবীত অৱস্থান ধৰ্মঘট

নিউজ ডেস্ক by নিউজ ডেস্ক
June 20, 2022
in সংবাদ, অসম, গুৱাহাটী, ৰাজনীতি
1 min read
0
শ্বহীদ উদ্যানৰ মাজেৰে দীপৰ বিললৈ বৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত পানী
Share on FacebookShare on Twitter

দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, সংবৰ্ধনৰ বাবে গঠন কৰা দীপৰ বিল সুৰক্ষা মঞ্চই গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাঁৱৰ বেলৰতলত বিগত বৰ্ষৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় সেউজ  ন্যায়াধীশকৰণৰ নিৰ্দেশ উলংঘা কৰি কোনো ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ তথা দাঁতি কাষৰীয়া ১৬ খন গাঁওৰ বাসিন্দা সকলে দুৰ্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে। আনকি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই যোৱা ফেব্ৰুৱাৰী মাহতে ডাম্পিং গ্ৰাউণ্ডত এমাহৰ ভিতৰতে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আৱৰ্জনা পেলোৱা হব বুলি সদৰি কৰিছিল।

পৰৱৰ্তী সময়ত সেই এমাহ উকলি গৈ তিনিমাহ অতিক্ৰম কৰাত যোৱা মে’ মাহত দীপৰ বিল সুৰক্ষা মঞ্চই ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত নিগমৰ আয়ুক্ত দেৱশীষ শৰ্মাই ২৪ মে’ত দীপৰ বিল সুৰক্ষা মঞ্চৰ এটা সজাতি দলৰ সৈতে যুটীয়া ভাবে নাৱেৰে দীপৰ বিল পৰিদৰ্শন কৰি ডাম্পিং গ্ৰাউণ্ডৰ দূষিত, গেলাপঁচা আৱৰ্জনাই দীপৰ বিলক কিদৰে প্ৰদূষিত কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিছে সেই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰি এমাহৰ ভিতৰতে দীপৰ বিলৰ পানী যাতে দূষিত নহয় তাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিহে ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনা পেলোৱা হব বুলি ঘোষণা কৰিছিল। কিন্তু সেই ঘোষণাও এতিয়া উকলি যাবলৈ মাজতে মাত্ৰ তিনিদিন বাকী থকা অৱস্থাত নিগমৰ ফালৰ পৰা ডাম্পিং গ্ৰাউণ্ডত কোনো ধৰণৰ নূন্যতম ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ ৰাইজ উদ্বিগ্ন হৈ পৰিছে।

আনকি এই বিষয়টো লৈ ১৯ জুনত দীপৰ বিলৰ পাৰৰ শ্ৰী শ্ৰীভাঙাৰা গোহাঁই মন্দিৰৰ সভাগৃহত দীপৰ বিল সুৰক্ষা মঞ্চৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই। উদ্যোক্তা সকলে সিদিনা দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হবলগীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত দল – মত নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে। উল্লেখযোগ্য যে বিগত দিনকেইটাত হৈ থকা বৰষুণৰ বাবে দীপৰ বিলৰ পানী ডাম্পিং গ্ৰাউণ্ডৰ সৈতে একাকাৰ হৈ পৰিছে। আনকি ওচৰতে ১০০ বিঘা ভূমিত নিৰ্মাণৰত অৱস্থাত থকা অসম আন্দোলনৰ জাতীয় শ্বহীদ উদ্যানৰ মাজৰে গৈ ডাম্পিং গ্ৰাউণ্ডৰ মাজেৰে গৈ দীপৰ বিলত পৰিছে। ফলত সম্পূৰ্ণ প্ৰদূষণৰ কবলত পৰিছে শ্বহীদ উদ্যান চৌহদ। পৰৱৰ্তী সময়ত ডাম্পিং গ্ৰাউণ্ডৰ বাবেই যে জাতীয় শ্বহীদ উদ্যানখন সংকটৰ গৰাহত পৰিব সেয়া নিশ্চিত।

Previous Post

চাফাই কৰ্মীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘এৰিডা’ৰ সুৰক্ষামূলক কিট বিতৰণ

Next Post

কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি যান্ত্ৰিকীকৰণৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি যান্ত্ৰিকীকৰণৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি যান্ত্ৰিকীকৰণৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

কটন বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

কটন বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতৰ ব্ৰঞ্জ

এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতৰ ব্ৰঞ্জ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8