• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
LPGৰ ৰাজসাহায্য কৰ্তন আৰু মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক সৰ্বহাৰা কৰিছে চৰকাৰে
Share on FacebookShare on Twitter

অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধোৱাৰ সময়তে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৩.৫০ টকা বৃদ্ধি কৰা হৈছে। আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে ৮ টকাকৈ।
দেশৰ প্ৰায়বোৰ চহৰত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ১০০০ টকাৰ ওপৰ হৈছে। বৃহস্পতিবাৰে পুৱা পেট্ৰলিয়াম কোম্পানীয়ে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকা বৃদ্ধি কৰে। ইয়াৰ পিছত ১৪.২ কেজি চিলিণ্ডাৰৰ দাম ১০০০ টকা অতিক্ৰম কৰিলে।
ঘৰুৱা চিলিণ্ডাৰৰ উপৰিও আজিৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দামো বৃদ্ধি পাইছে। দুয়োবিধ চিলিণ্ডাৰৰ নতুন দৰ আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে। এতিয়া ১৪.২ কেজি আৰু ১৯ কেজি চিলিণ্ডাৰৰ বাবে মানুহে অধিক ধন ভৰিব লাগিব।
এই বৃদ্ধিৰ পিছত দিল্লীত ১৯ কেজি ওজনৰ গেছ চিলিণ্ডাৰৰ হৈছেগৈ ২৩৫৪ টকা। একেদৰে কলকাতাত এটা বাণিজ্যিক চিলিণ্ডাৰৰ শেহতীয়া মূল্য ২৪৫৪ টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে মুম্বাইত ২৩০৬ টকা হ’ব। চেন্নাইতো ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই ইয়াৰ নতুন দাম ২৫০৭ টকাত হৈছে।

Previous Post

যোৰহাটত ৫ লাখ হিতাধিকাৰীলৈ আৱণ্টন দিয়া হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ

Next Post

বানপানীৰ বাবেই শিলচৰ-গুৱাহাটীৰ মাজত ৩ হাজাৰ টকীয়া বিশেষ বিমান সেৱা !

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
বানপানীৰ বাবেই শিলচৰ-গুৱাহাটীৰ মাজত ৩ হাজাৰ টকীয়া বিশেষ বিমান সেৱা !

বানপানীৰ বাবেই শিলচৰ-গুৱাহাটীৰ মাজত ৩ হাজাৰ টকীয়া বিশেষ বিমান সেৱা !

১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!

কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ আলোচনা, মৃতকৰ পৰিয়াললৈ ৪ লাখ

মহানগৰীৰ দুই যুৱতী বৰ্তমান ULFAৰ ম্যানমাৰৰ শিবিৰত

অইলত কূটাঘাতৰ পৰিকল্পনা নাই আলফাৰঃ পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8