• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনা হটস্পট ডিব্ৰুগড় বিশ্ববিদ্যালয়, এছপি বৈঠক

নিউজ ডেস্ক by নিউজ ডেস্ক
January 11, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
মেঘালয়ত ক’ভিডৰ নতুন SOP
Share on FacebookShare on Twitter

ৰাজ্যত ক’ভিডৰ ভয়ংকৰ ৰূপ৷ বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈ পৰিছে ক’ৰোনা হটস্পট৷ বিশ্ববিদ্যালয়খনৰ কেইবাটাও ছাত্ৰ-ছাত্ৰী নিৱাস কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ লগতে ডিব্ৰুগড় ভিক্টৰীয়া গাৰ্লছ এইচএছ স্কুলতো ক’ৰোনাতংক৷ ৩ দিনত ক’ৰোনাত আক্ৰান্ত হৈছে ৯গৰাকী ছাত্ৰ-ছাত্ৰী৷ বৰ্তমান প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে বিদ্যালয়খন৷ ডিব্ৰুগড়ত সোমবাৰে ১৪২জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯৷ ডিব্ৰুগড়ৰ এছপি শ্বেতাংক মিশ্ৰও ক’ৰোনাত আক্ৰান্ত বুলি জানিব পৰা গৈছে৷
ইপিনে অসমত পুনৰ ৫গৰাকী এছপি ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছে৷ দুলিয়াজানত অনুষ্ঠিত হৈ যোৱা এছপি বৈঠকৰ পাছতে ইজনৰ পাছত সিজনকৈ এছপিৰ দেহত ধৰা পৰিছে ক’ভিড৷ কৰিমগঞ্জৰ এছপি পদ্মনাভ বৰুৱা, হোজাইৰ এছপি বৰুণ পুৰকায়স্থ, ডিব্ৰুগড়ৰ এছপি শ্বেতাংক মিশ্ৰ, লখিমপুৰৰ এছপিৰ বেদান্ত মাধৱ ৰাজখোৱা, বিশেষ শাখাৰ এছপি ৰিপুল দাসৰ উপৰি চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ দেহতো ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

Previous Post

ভেকচিন চাৰ্টিফিকেটত দেখিবলৈ নাপাব প্ৰধানমন্ত্ৰীৰ ফটো…

Next Post

বিহুক লৈ আৰোপ কৰা বাধা–নিষেধ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিহুক লৈ আৰোপ কৰা বাধা–নিষেধ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ

বিহুক লৈ আৰোপ কৰা বাধা–নিষেধ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ

ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰীয়ে উপহাৰ পালে এটা প্ৰকাণ্ড চিতল মাছ

ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্ৰীয়ে উপহাৰ পালে এটা প্ৰকাণ্ড চিতল মাছ

IPL ত ‘ভিভো’ আউট, ক্ৰিজত ‘TATA’ !

IPL ত ‘ভিভো’ আউট, ক্ৰিজত ‘TATA’ !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8