• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনাৰ ত্ৰাস; এটা দিনতে ২৬জনে হেৰুৱালে প্ৰাণ

Manoranjan Majumder by Manoranjan Majumder
April 30, 2021
in অসম, জীৱনশৈলী, সংবাদ
1 min read
0
ক’ৰোনাৰ ত্ৰাস; এটা দিনতে ২৬জনে হেৰুৱালে প্ৰাণ

FILE PHOTO: A health official draws a dose of the AstraZeneca's COVID-19 vaccine manufactured by the Serum Institute of India, at Infectious Diseases Hospital in Colombo, Sri Lanka January 29, 2021. REUTERS/Dinuka Liyanawatte/File Photo

Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে বাৰুকৈয়ে স্পৰ্শ কৰিছে।

দিনে দিনে বৃদ্ধি হৈ গৈয়ে আছে ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

বৃহস্পতিবাৰৰ দিনটোত অসমত প্ৰাণ হেৰুৱাইছে ২৬ গৰাকী লোকে।

বুধবাৰে মৃত্যু হৈছিল ২২ গৰাকীৰ। মঙলবাৰে মৃত্যুক সাৱটিছিল ১৮ গৰাকী লোকে।

এটা দিনতে ৩০৭৯জনৰ দেহত ধৰা পৰে কভিড পজিটিভ।

বৃহস্পতিবাৰে মুঠ ৬৭২৭৮জন লোকৰ ক’ভিড টেষ্ট কৰোৱা হয়।

ইয়াৰে ভিতৰত ৪.৫৮ শতাংশ লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ উপস্থিতি।

Photo: Google

Tags: Corona VirusDiedঅসমক'ৰোনা ভাইৰাছমৃত্যু
Previous Post

ড্ৰাগছ সৰবৰাহ ৰাজ্যত! ৩ কোটি টকাৰ জব্দ ড্ৰাগছ

Next Post

দুই এজন হালধীয়া সাংবাদিকৰ প্ৰতি আমি জাগি উঠিমঃ পৰেশ বৰুৱা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
দুই এজন হালধীয়া সাংবাদিকৰ প্ৰতি আমি জাগি উঠিমঃ পৰেশ বৰুৱা

দুই এজন হালধীয়া সাংবাদিকৰ প্ৰতি আমি জাগি উঠিমঃ পৰেশ বৰুৱা

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজীৰ

ক'ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'ল দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজীৰ

ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হ’ল দিল্লীত কৰ্মৰত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ

ক'ৰোনা আক্ৰান্ত হৈ মৃত্যু হ'ল দিল্লীত কৰ্মৰত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8