• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২৪ ঘন্টাত দেশত ১ লাখ ৬৮হাজাৰৰ দেহত কোৰোনাৰ সংক্ৰমণ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 11, 2022
in সংবাদ, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
২৪ ঘন্টাত দেশত ১ লাখ ৬৮হাজাৰৰ দেহত কোৰোনাৰ সংক্ৰমণ
Share on FacebookShare on Twitter

যোৱা ২৪ ঘন্টাত দেশত ক’ৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ১লাখ ৬৮হাজাৰ ৬৩গৰাকী লোক। শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। ইফালে দেশত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ।
যোৱা সোমবাৰে ক’ৰোনাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আক্ৰান্ত হোৱাৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আক্ৰান্ত হৈছে কোৰোনাত। বিহাৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে সদৰি কৰে এই তথ্য।
উল্লেখ্য যে, অসমতো বৃদ্ধি ক’ৰোনাৰ সংক্ৰমণ। ৰাজ্যত সোমবাৰে ২১৯৮জন লোক ক’ভিড পজিটিভ ধৰা পৰে। ইয়াৰে ৭৬০জন কামৰূপ মেট্ৰ’ৰ, ১৪২জন ডিব্ৰুগড়ৰ ১৩৯জন কাচাৰৰ আৰু ১১৫জন তিনিচুকীয়াৰ। আনহাতে, সোমবাৰে দুজন ৰোগীৰ মৃত্যু হৈছে অসমত।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন

সাংবাদিক বিকাশ মৰাণৰ ৰহস্যজনক আত্মহনন

প্ৰথমবাৰৰ বাবে মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সফলতাৰে সংৰোপন

প্ৰথমবাৰৰ বাবে মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সফলতাৰে সংৰোপন

ভেকচিন চাৰ্টিফিকেটত দেখিবলৈ নাপাব প্ৰধানমন্ত্ৰীৰ ফটো…

ভেকচিন চাৰ্টিফিকেটত দেখিবলৈ নাপাব প্ৰধানমন্ত্ৰীৰ ফটো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8