Processed foodৰ পৰা আঁতৰত থাকক
ট্ৰাঞ্চ ফেটৰ পৰা আঁতৰি থাকক।
Processed food, ফাষ্ট ফুড, ফ্ৰাইড ফুড, ফ্ৰজেন পিজ্জাৰ দৰে খাদ্যৰ পৰা আঁতৰি থাকক কাৰণ, যিকোনোধৰণৰ ৰোগৰ পৰা ক’ৰোনা ভাইৰাছ হোৱাৰ সম্ভাৱনা বৃদ্ধি হৈ যায়।
শকত হোৱা, হৃদৰোগ, ষ্ট্ৰ’ক, ডাইবেটিছ আৰু কেঞ্চাৰ ৰোগ আঁতৰাবলৈ নিমখ আৰু চেনি কম মাত্ৰাত সেৱন কৰক।
ডাইটত অন্তৰ্ভুক্ত কৰক এইকেইবিধ খাদ্য
ডাইটত সতেজ ফল আৰু UnProcessed food অন্তৰ্ভুক্ত কৰক।
ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰে প্ৰয়োজনীয় ভিটামিন, মিনাৰেলছ্, ফাইবাৰ প্ৰ’টিন আৰু এণ্টি অক্সিডেণ্ট লাভ কৰিব।
খাদ্যত ফল, শাক-পাচলি, দাইল, বিনছ্ অন্তৰ্ভুক্ত কৰক।
UnProcessed মাকৈ, গেহু, শিপাযুক্ত শাক-পাচলি, আলু, মিঠা আলু, কচু খাওক।
চৰ্বিযুক্ত মাছ, মাখন, নাৰিকলৰ তেল, ক্ৰীমৰ সামগ্ৰী, ঘি, খোৱাৰ বিপৰীতে মাছ, এভ’কাড, বাদাম, অলিভ অইল, ছয়া, সৰিয়হৰ তেল, ছানফ্লাৱাৰ তেল আদি খাদ্যত অন্তৰ্ভুক্ত কৰক।
ৰেড মিট আৰু Processed মিট একেবাৰ নাখাব।
ৰেষ্টুৰেণ্টৰ পৰা আঁতৰি থাকক
এজনে আনজনৰ সংস্পৰ্শলৈ আহিলে ক’ৰোনা দ্ৰুতগতিত বিয়পে।
ইয়াৰ বাবে বাহিৰৰ খাদ্যৰ পৰা আঁতৰত থাকক।
৮ৰ পৰা ১০ গ্লাছ পানী প্ৰয়োজন
পানীয়ে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে আৰু বিষাক্ত দ্ৰব্যসমূহ শৰীৰৰ পৰা বাহিৰলৈ ওলিয়াই দিয়ে।
৮ৰ পৰা ১০ গ্লাছ পানী প্ৰতিদিনে খাওক।
পানীৰ উপৰিও ফল-শাক-পাচলিৰ ৰস আৰু নেমুৰ পানী খাব পাৰে।
ক’ল্ড ড্ৰিংক, চোডা আৰু কফীৰ পৰা আঁতৰত থাকক।
মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক
এনে বহু লোক আছে যিয়ে পূৰ্বৰে পৰা ক’ৰোনাৰ সৈতে যুঁজি আছে।
যাৰ বাবে ক’ৰোনা ৰোগীৰ মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে।
যদি আপুনি মানসিকভাৱে সুস্থ বুলি অনুভৱ কৰা নাই তেন্তে চিকিৎসকৰ সৈতে কথা পাতক।
Photo: Google