আগন্তক ৪ ৰ পৰা ৬ সপ্তাহৰ ভিতৰত ভাৰতীয় ক’ভেক্সিনে সমগ্ৰ বিশ্বত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে। বিশ্ব স্বাস্থ্য সংস্থাই বিগত সপ্তাহত উল্লেখ কৰা মতে ভাৰতে জৰুৰীকালীন ভাৱে ব্যৱহাৰ কৰা ক’ভেক্সিনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিয়াৰ ক্ষেত্ৰত বিবেচনা কৰি থকা হৈছে।
খবৰ অনুসৰি ভাৰত বায়োটেকে ভেকচিনবিধৰ সকলো তথ্য তেওঁলোকৰ পৰ্টেলত আপলোড কৰি আছে।
নিসন্দেহে ক’ভেক্সিনে লাভ কৰা এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দেশৰ বাবে আশাৰ খবৰ।