অসমত দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা।
ক’ভিড ১৯ত আক্ৰান্ত হৈছে শিৱসাগৰৰ নাজিৰাৰ ২জন যুৱক।
নাজিৰাৰ ONGCত কৰ্মৰত যুৱক দুজন মঙলবাৰে শ্বিলঙৰ পৰা নাজিৰালৈ আহিছিল।
ক’ভিড ১৯ ত আক্ৰান্ত হৈছে ৰাজেশ ওজা আৰু অভিশেখ সিং
কৰ্মসূত্ৰে নাজিৰাত বাস কৰা কৰ্মচাৰী দুজনে শ্বিলঙৰ পৰা আহি ক’ভিড টেষ্ট কৰাৰ পিছতে দেহত ধৰা পৰে কৰ’ণাৰ সংক্ৰমণ৷
যুৱক দুজনৰ দেহত কৰণাৰ সংক্ৰমণ ধৰা পৰ লগে লগেই নাজিৰা মহকুমা স্বাস্থ্য বিভাগে শিৱসাগৰ অসামৰিক চিকিৎসালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছিল।
কিন্তু তেওঁলোকে হোম আইছ’লেচনৰ বাবে আবেদন জনায়
Photo Credit: Google