• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিধান সভাৰ চতুৰ্থ দিনটোত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 23, 2021
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
বিধান সভাৰ চতুৰ্থ দিনটোত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন
Share on FacebookShare on Twitter

আজি সদনত গৃহীত হ’ল বহু বিতৰ্কিত গো-সুৰক্ষা সংশোধনী আইন৷ শেহতীয়াকৈ ৰাজ্যত গো-হত্যা আৰু গৰুৰ অবৈধ সৰবৰাহৰ ঘটনাক লৈ যথেষ্ট আলোচনা হৈছিল৷ সংবাদ শিৰোনাম দখল কৰিছিল অবৈধ গৰুৰ সৰবৰাহৰ ঘটনাই৷ আৰক্ষীৰ চকুৰ সন্মুখেৰেই অবৈধ গৰু সৰবৰাহ কৰিছিল বাংলাদেশলৈ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৰৱ হৈ পৰিছিল গো-সুৰক্ষাৰ ওপৰত৷ অৱশেষত বিধানসভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থ দিনা গৃহীত হয় আইনখন৷

প্ৰকৃততে গো-হত্যা ৰোধ কৰাৰ লগতে বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো-সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে এই আইন গৃহীত কৰা হৈছে। আনহাতে ম’হৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নহয়।
অবৈধ গো-সৰবৰাহ কৰা বাহনৰ মালিকেও শাস্তি লাভ কৰাৰ উপৰিও জব্দকৃত বাহন নিলাম কৰিব পাৰিব অসম আৰক্ষীয়ে।
দুগ্ধ উৎপাদনৰ ওপৰতো বিশেষ গুৰুত্ব পাইছে এই আইনত। শেহতীয়াকৈ সদনত প্ৰকাশ কৰা তথ্য অনুসৰি, গৰু সৰবৰাহ সম্পৰ্কত ৪০৬টা গোচৰ ৰুজু হৈছে সমগ্ৰ অসমত৷ তাৰে প্ৰায় ২৪০জনক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বৰ্তমানলৈ ৰাজ্যত অবৈধভাৱে গো-সৰবৰাহ কৰি জব্দ কৰা হৈছে মুঠ ৬৮খন বাহন৷ তাৰ বিপৰীতে উদ্ধাৰ হৈছে ২০০৪টা গৰু৷ এই আইনৰ ফলত নেচনেল ডায়েৰী ডেভেলপমেণ্টৰ জৰিয়তে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য গ্ৰহণ কৰিছে চৰকাৰে।

Previous Post

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : অনুমতি অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব অসম লোকসেৱা আয়োগে

Next Post

নিয়োগ মেলাই নিৰাশ কৰিলে শ শ নিৱনুৱাক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিয়োগ মেলাই নিৰাশ কৰিলে শ শ নিৱনুৱাক

নিয়োগ মেলাই নিৰাশ কৰিলে শ শ নিৱনুৱাক

মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত তৃণমূল কংগ্ৰেছ

মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত তৃণমূল কংগ্ৰেছ

আজি অসম বিধানসভাত ভাষণ প্ৰদান কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

আজি অসম বিধানসভাত ভাষণ প্ৰদান কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8